Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 17 February, 2024 5:20 PM IST
Fishery previous papers

প্ৰথমতে পুখুৰীটো সিঁচি তলিৰ বোকাখিনি উঠাই দিব লাগে।বিশেষ গুৰুত্ব দিবলগীয়া কথা পুখুৰীৰ পাৰবোৰত যাতে কোনো ধৰণৰ গাত নাথাকে আৰু তলিখন যাতে সমান হয়। তাৰ পিছত প্ৰয়োজন সাপেক্ষে হাল বাই দিব লাগে।তাৰ পিছত চুন গুৰি কৰি 18 কেজি প্ৰতি বিঘাত ( পাৰত গছ-গছনী বেছি থাকিলে প্ৰতি বিঘাত 27 কেজি) তলিখনত প্ৰয়োগ কৰিব লাগে।তাৰ পিছত নতুন পুখুৰীৰ বাবে প্ৰতি বিঘাত 800-900 কেজি আৰু পুৰণি পুখুৰীৰ বাবে প্ৰতি বিঘাত 600 কেজি গোৱৰ আৰু প্ৰতি বিঘাত 15-17 কেজি খলিহৈ প্ৰয়োগ কৰিব লাগে।

এইখিনি কৰি 1-1.5 ফুট পানী ভৰাই দিব লাগে।পিছত প্ৰতি বিঘাত Toximer ৫ কেজিকৈ পানীৰ লগত মিহলাই প্ৰয়োগ কৰিব লাগে যাতে উৎপন্ন হোৱা অপ্ৰয়োজনীয় গেছ তথা অন্যান্য পদাৰ্থসমূহ নিষ্ক্ৰিয় কৰিব পাৰে। ইয়াৰ তিনিদিন মান পিছত নেটিং কৰি দিব লাগে। ইয়াৰ সমন্তৰালভাবে কিছু পৰিমাণে প্ৰোবায়'টিক ব্যৱহাৰ কৰিলে অধিক সুফল পোৱা যায়।

প্ৰোবায়'টিক ব্যৱহাৰৰ দিহা: (প্ৰতি বিঘা হিচাপত)

এটা পাত্ৰত 14লিটাৰ পানীৰ লগত

*1.5 কেজি গুৰু (গুৰখিনি পগাই লৈ ঠাণ্ডা কৰি লব), *3.3kg Agrimin,

*2.3 kg ৰাইচ পলিচ আৰু

*70 গ্ৰাম ইষ্ট পাউদাৰ

ভালদৰে মিহলাই লৈ 48 ঘণ্টাৰ বাবে থৈ দিয়ক।48ঘণ্টা পিছত ওপৰৰ মিশ্ৰণখিনিৰ লগত 1.3 লিটাৰ Biomarine মিহলাই পুনৰ 6ঘণ্টাৰ বাবে থৈ দিয়ক।

6ঘণ্টা পিছত মিশ্ৰণখিনি পানীত ছটিয়াই দিব।মিশ্ৰণখিনি ছটিওৱাৰ 7দিনৰ ভিতৰত পানীৰ ৰং গাঢ় সেউজীয়া হব।ইয়ে পানীত পৰ্যাপ্ত প্ৰাকৃতিক আহাৰ সৃষ্টি হোৱাটো সুচায়। ইয়াৰ পিছত 3ফুট পানী ভৰাই দিব লাগে। এইখিনি কৰাৰ পিছত আপোনাৰ পুখুৰী মাছ মেলাৰ বাবে প্ৰস্তুত হৈ উঠিব। মাছ মেলাৰ আগদিনা প্ৰতি বিঘা জলকালীত 6.5কেজি watrmin প্ৰয়োগ কৰিব লাগে।

পুখুৰীটো প্ৰস্তুত হোৱাৰ পিছত প্ৰতি বিঘা জলকালীত ৮০০টা গুনগত মানদণ্ডৰ ড্ৰপ পোনা ( Yearling Seed)তলত উল্লেখ কৰা ধৰণে মেলিব লাগে।

জয়ন্তী ৰৌ 300টা

মিৰিগা 250টা

আমুৰ কাৰ্প 150টা

ভকুৱা 100টা

(পুখুৰীত অপতৃণ বা ঘাঁহ থাকিলে প্ৰতি বিঘাত 5টাকৈ

গ্ৰাছ কাৰ্প মেলিব লাগে) মাছ মেলাৰ পিছত প্ৰতি দিনে ৰাতিপুৱা আৰু আবেলি পুখুৰীত থকা মাছৰ মুঠ ওজনৰ 3শতাংশ উচ্চ প্ৰটিনযুক্ত খাদ্য দিব লাগে আৰু প্ৰতি মাহে প্ৰতি বিঘা জলকালীত 9কেজিকৈ চুণ পানীত মিহলাই আৰু V5 প্ৰতি বিঘাত 300গ্ৰামকৈ প্ৰয়োগ কৰিব লাগে।

লেখক : দেৱজিৎ বৰ্মন, মীন পালক

লগতে পঢ়ক- 

Crab farming : বাকছত কেঁকোৰা কেঁকোৰা পালন কৰি স্বাৱলম্বী মহিলা

English Summary: Fishery previous papers
Published on: 17 February 2024, 05:14 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now