Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 12 February, 2024 4:44 PM IST
Crab farming Methods & benefit

শেহতীয়াকৈ পশ্চিমবংগৰ এগৰাকী মহিলাই বিশেষ পদ্ধতিৰে কেঁকোৰা পালন কৰি এক নজিৰ সৃষ্টি কৰিছে। ঘৰৰ পুখুৰীতে আট্সি মাইটি নামৰ গৃহিণীগৰাকীয়ে ভাসমান পদ্ধতিত কেঁকোৰা পালন কৰি চীন, ছিংগাপুৰ, আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে বিদেশী বজাৰলৈ ৰপ্তানি কৰিছে।

Crab farming

কেঁকোৰা সাধাৰণতে গাঁতত থাকে। কিন্তু আট্সি মাইটিয়ে বক্স বনাই, বক্সত কেঁকোৰাসমূহক ৰাখি খাদ্য যোগান ধৰে। তলৰ ফটোত আপোনালোকে দেখিছেই কিদৰে মহিলাগৰাকীয়ে পুখুৰীৰ পানীত বক্সসমূহ উপঙি থকাকৈ ৰাখি কেঁকোৰা পালন কৰিছে। কেঁকোৰা পালনৰ এই নতুন পদ্ধতিটোক কোৱা হয় বক্স কেঁকোৰা প্ৰযুক্তি বা বক্স কেঁকোৰা। এই পদ্ধতি সন্দৰ্ভত কেঁকোৰা পালক আট্চি মাইটিয়ে কয়- ‘বাকচ কেঁকোৰা প্ৰযুক্তিৰে কেঁকোৰা পালন অতি লাভজনক। ইয়াৰ বহু কাৰণ আছে। প্ৰথম কথা, এটা পুখুৰীত মাছ পালনৰ লগতে ভাসমান বাকচত কেঁকোৰা পালনৰ লাভ দুগুণ হয়।‘

তেওঁ লগতে কয়- ‘এইক্ষেত্ৰত তেওঁ ব্লক মীন বিষয়াৰ পৰা সহায় লাভ কৰিছে। আট্সি মাইটিয়ে পালন কৰি থকা আধুনিক কেঁকোৰা পালন পদ্ধতিটো সন্দৰ্ভত ব্লক মীন সম্প্ৰসাৰণ বিষয়া সুমন কুমাৰ সাহুৱে কয়, ‘আটছি মাইটিয়ে আন এক আদৰ্শ দাঙি ধৰিছে যিয়ে আন গৃহিণীসকলক উৎসাহিত কৰিব।’

কেঁকোৰা পালনৰ বক্স পদ্ধতিয়ে অৰ্থনৈতিকভাৱে স্বাৱলম্বী হোৱাৰ লগতে বিকল্প আয়ৰ পথ দেখুৱাইছে। প্ৰতিটো বাকচত এটাকৈ কেঁকোৰা থাকে গতিকে ইহঁতে ইটোৱে সিটোক আক্ৰমণ কৰিব নোৱাৰে। পোৱালি  কেঁকোৰা ফটোত দেখাৰ দৰে প্ৰতিটো বাকচত সোমোৱাই দিয়া হয় আৰু ডাঙৰ হোৱাৰ পাছতে বজাৰত বিক্ৰী কৰা হয়। এই আধুনিক পদ্ধতি অনুসৰণ কৰা কেঁকোৰা পালকসকলে ইয়াৰ সুফল লাভ কৰিছে।

লগতে পঢ়ক- 

Catfish Farming: মাগুৰ মাছ পালন কৰি ৬ মাহতে উপাৰ্জন কৰক

English Summary: Crab farming Methods & benefit
Published on: 12 February 2024, 04:14 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now