1. পশুপালন

Rainy season : বৰষূণৰ বতৰত পুখুৰীত মীনপালকে লবলগীয়া সাৱধানতা

PANKAJ KHANIKAR
PANKAJ KHANIKAR
বৰষূণৰ বতৰত পুখুৰীত মীনপালকে লবলগীয়া সাৱধানতা
বৰষূণৰ বতৰত পুখুৰীত মীনপালকে লবলগীয়া সাৱধানতা

বৰষুণৰ পানীৰ pH (আম্লিক গুণ) 6.5 ৰ পৰা 7 লৈ থাকে বাবে বৰষূণৰ বতৰত পুখুৰীৰ পানীৰ pH প্ৰায় 0.3 ৰ পৰা 1.5 লৈ কমি যায় ফলত পুখুৰীৰ পানী আংশিক আম্লিক হৈ পৰে। এনেদৰে pH কমি যোৱাৰ বাবে পানীত অক্সিজেনৰ তাৰতম্য হয়। এনে সময়ত পুখুৰীত চূণ প্ৰয়োগ নকৰিব।

মাছৰ খাদ্য প্ৰয়োজনতকৈ কম, আংশিক ভাবে দিব, কেৱল 5-10% দিব। নিদিলেও চলিব। গোবৰ, খলি বা যিকোনো গেলা পচা বস্তু পুখুৰীত নিদিব। প্রবায়টিক, ভিটামিন আদি এতিয়া নিদিব, বৰষূণ সমাপ্ত হোৱাৰ পাছত দিব।

লগতে পঢ়ক- 

Scientific fish farming methods : মীন পালনৰ বৈজ্ঞানিক দিহা-পৰামৰ্শ

 

পুখুৰীৰ মাছ অক্সিজেনৰ অভাৱত পানীৰ উপৰিভাগত আহি কমাই থাকিব পাৰে, সেয়া পৰ্য্যবেক্ষণ কৰিব। তেনে ক্ষেত্ৰত zeolite জাতীয় ৰাসায়নিক দ্ৰৱ্য ব্যবহাৰ কৰিব, লগতে অক্সিজেন টেবলেট ৰাখিব, তৎক্ষণাৎ কামত আহিব।

পানী ঘোলা হ’ব পাৰে, মেটেকা বা ধান খেৰ পুখুৰীৰ এচুকত পানীত দমাই ৰাখি থব, ই পানীত ওপঙি থকা মাটিৰ কণিকাবোৰ ধৰি ৰাখিব।

লেখক- অনুপ শৰ্মা, ফোন- 6901624009

লগতে পঢ়ক- 

Amur cup : মীনপালকসকলে আমুৰ কাৰ্প পালন কৰি আয় বৃদ্ধি কৰিব পাৰে!

 

English Summary: Precautions taken in ponds during rainy season

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.