1. সফল কাহিনী

৮০ বিঘাৰ পামখনত আছে ১৪০ টা প্ৰজাতিৰ বিলাহী, ৫২ টা প্ৰজাতিৰ কবি,৮০টা প্ৰজাতিৰ জলকীয়া

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Pabhoi green
Pabhoi green

বিশ্বনাথ জিলাৰ Pabhoi Greens কৃষিপামে কঢ়িয়াই আনিছে আশাৰ বতৰা । যুৱকৃষক নীলম দত্তৰ প্ৰচেষ্টাত গঢ় লৈ উঠিছে এই Pabhoi Greens কৃষিপামখন।

Pabhoi green
Pabhoi green

কৃষিপামখনত উপলব্ধ বিভিন্ন প্ৰজাতিৰ পাচলিয়ে এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷ ৮০ বিঘাৰ পামখনত আছে ১৪০ প্ৰজাতিৰ বিলাহী, ৫২ প্ৰজাতি কবি,৮০টা প্ৰজাতিৰ জলকীয়া

Pabhoi green বিভিন্ন প্ৰজাতিৰ শাক-পাচলি
Pabhoi green বিভিন্ন প্ৰজাতিৰ শাক-পাচলি
Pabhoi green বিভিন্ন প্ৰজাতিৰ শাক-পাচলি
Pabhoi green বিভিন্ন প্ৰজাতিৰ শাক-পাচলি
Pabhoi green বিভিন্ন প্ৰজাতিৰ শাক-পাচলি
Pabhoi green বিভিন্ন প্ৰজাতিৰ শাক-পাচলি

কৃষিৰ সমান্তৰালভাৱে নীলিমদত্তই কেঁচুসাৰ উৎপাদন, মতস্য মাছ পালন কৰে। ২০ টা মাছৰ পোনা উতপাদন কৰাৰ পুখুৰীৰ  লগতে কৃষিফাৰ্মখনত আছে ৩০ জনী উন্নতজাতৰ গৰু।

Pabhoi green বিভিন্ন প্ৰজাতিৰ শাক-পাচলি
Pabhoi green বিভিন্ন প্ৰজাতিৰ শাক-পাচলি

প্ৰায় ৮০ বিঘা মাটিৰে আগুৰি থকা পাভৈ গ্ৰীন কৃষিফাৰ্মক পৰ্যটন কেন্দ্ৰ হিচাপে গঢ় দিয়াৰো প্ৰচেষ্টা অব্যাহত ৰাখিছে নীলম দত্তই। পৰ্যটক থাকিব পৰাকৈ সাজি উলিয়াইছে কেইবাটাও আলহীগৃহ।

Pabhoi greenৰ পুখৰী
Pabhoi greenৰ পুখৰী
Pabhoi greenৰ পৰ্যটক
Pabhoi greenৰ পৰ্যটক
Pabhoi greenৰ জলকীয়া
Pabhoi greenৰ জলকীয়া

টকৌ পাত, বাঁহ আদিৰে সাজি উলিয়াইছে অৰুণাচল প্ৰদেশৰ ঘৰৰ আৰ্হিৰ এটা চাংঘৰো। ইফালে, কৃষি পামখনত আছে এটা থকা প্ৰশিক্ষণ কেন্দ্ৰ, য'ত কৃষিকাৰ্যৰ প্ৰতি আগ্ৰহী বহু লোকক প্ৰশিক্ষণ প্ৰদান কৰা হয়।

Pabhoi green
Pabhoi green
পাভৈ গ্ৰীনৰ পৰিয়াল
পাভৈ গ্ৰীনৰ পৰিয়াল

চাকৰি নকৰাকৈ অৰ্থনৈততিকভাৱে সৱল হৈ পৰা নীলম দত্তই নিজৰ লগতে কৃষি ফাৰ্মখনত দৈনিক ২০-২৫ জনকৈ দিছে সংস্থাপন।

লগতে পঢ়ক- 

শোণিতপুৰৰ বিস্তীৰ্ণ এলেকাত নিজে নিজে গজি উঠিছে এবিধ দুৰ্লভ প্ৰজাতিৰ ধান

English Summary: Pabhoi green farm going to center of tourist

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.