Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 22 March, 2023 2:25 PM IST
সাঁচিগছৰ খেতিৰে কোটিপতি আইনুল বক্সি

নগাঁৱৰ এগৰাকী দূৰদৰ্শী ব্যক্তি। যি গৰাকী ব্যক্তিয়ে আজিৰ পৰা ৩০ বছৰ আগতে সাঁচি গছক লৈ সপোন দেখিছিল। সাঁচি গছৰ মূল্য  বুজি  তেওঁ নিজে আৰম্ভ কৰিছিল সাঁচি গছ ৰোপনৰ কাম। তেওঁ নগাঁও চহৰৰ ফৌজদাৰী পট্টিৰ আইনুল ইছলাম বক্সি। ৩০ বছৰ আগতে নগাঁও জিলাৰ  চালনাৰ অতি ভিতৰুৱা অঞ্চল শালবাৰীত প্ৰায় ৩৫ বিঘা মাটিত তেওঁ ৰোপন কৰিছিল সাচিঁ গছৰ বাগান। সেই বাগানৰ এজোপা গছৰ আজিৰ মূল্য আজিৰ তাৰিখত হৈছেগৈ লাখ  টকা।

সেই গছ সমূহ তেওঁ কোনো বেপাৰীক বিক্ৰী নকৰি ছালনাত খুলি লৈছে সাঁচী গছৰ পৰা তেল প্ৰস্তুত কৰা এক বৃহৎ কাৰখানা। এই কাৰখানত দৈনিক তৈয়াৰ কৰা হয় অগৰুৰ তেল। এই তেল লাখ-লাখ টকা মূল্যত বিক্ৰী হয় আন্ত:ৰাষ্ট্ৰীয় বজাৰত। এই কাৰখানাত বহু কেইজন নিবনুৱা যুৱকক সংস্থাপন দিয়াৰ কথাও জানিবলৈ দিয়ে তেওঁ।

লগতে পঢ়ক- 

মেহগণি গছ ৰোপনৰ লাভালাভবোৰ জানেনে!

আইনুল বক্সিৰ সাঁচি গছৰ বাগান

তেওঁৰ এই সম্পূৰ্ণ কাৰ্য সম্পাদন কৰে BAKSH AGROTECH LLP নামৰ কোম্পানীৰ যোগেদি। ইয়াৰ উপৰিও তেওঁ আৰম্ভ কৰিছে পাছাউলি নামৰ আন এক সুগন্ধিৰ খেতিও। এই ব্যৱসায়ৰ যোগেদি তেওঁ লাভবান হৈছে বুলি জানিবলৈ দিয়ে। লগতে তেওঁ কোনো লোকে প্ৰশিক্ষণ গ্ৰহন কৰিব বিচাৰিলে বিনা খৰছত তেওঁ প্ৰশিক্ষণ প্ৰদান কৰিব বুলিও জানিবলৈ দিয়ে।

Aminul Bakshi

আইনুল ইছলাম বক্সি বৰ্তমান এজন সফল ব্যৱসায়ী। আৰু বহুজনৰ আদৰ্শ। সম্প্ৰতি সাঁচি গছৰ ব্যৱসায়ৰে আন্তৰাষ্ট্ৰীয় বজাৰ দখলৰ চেষ্টা অব্যাহত ৰাখিছে ব্যৱসায়ীগৰাকীয়ে।

লগতে পঢ়ক- 

পৃথিৱীৰ আটাইতকৈ দামী উদ্ভিদজোপাৰ খেতি কিদৰে কৰিব ?

English Summary: Bumper benefit of sandalwood farming
Published on: 22 March 2023, 02:09 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now