কৃষি এটা ক’লা। য'ত কঠোৰ পৰিশ্ৰম, বুদ্ধিমত্তা আৰু সঠিক সা-সঁজুলিৰ প্ৰয়োজন। ৰণজীত অশোক ৰাও, ওয়াছি জিলাৰ (মহাৰাষ্ট্ৰ) এজন কঠোৰ পৰিশ্ৰমী খেতিয়ক। নতুন চিন্তাধাৰাৰে তেওঁৰ খেতিক এক নতুন উচ্চতালৈ লৈ গৈছে। এইক্ষেত্ৰত তেওঁৰ সাৰথি হৈ থিয় দিছে মহিন্দ্ৰা Yuvo Tech+ 585 ট্ৰেক্টৰখনে।
সঠিক নিৰ্বাচন
কৃষকগৰাকীৰ সৈতে হোৱা কথা-বতৰাত ৰণজীতে কয় যে আগতে খেতিত সময়, শ্ৰম আৰু খৰচ বহুত বেছি হৈছিল। কিন্তু যেতিয়া তেওঁ মহিন্দ্ৰা Yuvo Tech+ 585 ট্ৰেক্টৰ কিনিলে, তেতিয়াৰ পৰা তেওঁৰ খেতিত এক বিৰাট পৰিবৰ্তন আহিল। ৪৯.৩ HPৰ শক্তিশালী ইঞ্জিন আৰু ২০০০ কিলোগ্ৰামৰ হাইড্ৰলিক লিফ্টিং ক্ষমতাৰ এই ট্ৰেক্টৰৰে সৰু-ডাঙৰ প্ৰতিটো কাম সহজতে সমাধান কৰিব পাৰে। মাটি চহোৱা, ট্ৰলী টনা বা খেতিৰ সঁজুলি চলোৱাত এই ট্ৰেক্টৰখনে প্ৰতিটো ক্ষেত্ৰতে উৎকৃষ্টা দেখুৱায়। যিয়ে এজন কৃষকক সফলতাৰ শীৰ্ষলৈ লৈ যাব পাৰে।
সঞ্চয় আৰু উৎপাদনশীলতা – দুয়োটাতে অভূতপূৰ্ব বৃদ্ধি
ৰণজীতে কয়, "মহিন্দ্ৰা Yuvo Tech+ 585 ট্ৰেক্টৰখনৰ জৰিয়তে মই এটা দিনত ৩০ একৰ মাটিত চহাব পাৰো আৰু প্ৰতি বছৰে প্ৰায় ৬০ৰ পৰা ৮০ হাজাৰ টকাৰ ডিজেল ৰাহি কৰিব কৰিব পাৰো। কাৰণ টেক্টৰখনে মাইলেজ ভাল দিয়ে।"
আৰাম, বিশ্বাস আৰু প্ৰযুক্তিৰ সংমিশ্ৰণ
মহিন্দ্ৰা Yuvo Tech+ 585ৰ কিছুমান আধুনিক প্ৰযুক্তি সংযোজন কৰা হৈছে। সেইবোৰৰ কাম এনে ধৰণৰ-
- Parallel cooling system- যিয়ে ইঞ্জিন কৰি ৰাখে।
- High precision hydraulics- যিয়ে খেতিত সঠিকভাৱে কাম কৰাত সহায় কৰে।
- Constant Mesh Transmission - যিয়ে ট্ৰেক্টৰখন চলাওঁতে আৰামদায়ক কৰি তোলে।
ৰণজীতে কয়, "এই ট্ৰেক্টৰৰ আসন ইমান আৰামদায়ক যে দিনটো খেতিত কাম কৰিলেও ভাগৰ অনুভৱ নালাগে।"
৬ বছৰৰ ৱাৰেণ্টি – নিশ্চিন্ত খেতিৰ প্ৰতিশ্ৰুতি
কোম্পানীয়ে টেক্টৰখনৰ ৱাৰেণ্টি দিয়ে। ইয়াৰ দ্বাৰা ৰণজীতৰ দৰে খেতিয়কে নিশ্চিন্ত হৈ খেতি কৰিব পাৰে,।
ৰণজীত গাঁৱৰ প্ৰেৰণাৰ উৎস হৈ পৰিল
আজি ওয়াছি জিলাত ৰণজীত অশোক ৰাওৰ নাম প্ৰগতিশীল খেতিয়কৰ মাজত লোৱা হয়। তেওঁ কয়-
“मेरा ट्रैक्टर, मेरी कहानी।”
महिंद्रा Yuvo Tech+ 585 – खेती को दे ताकत, आराम और मुनाफा!
লগতে পঢ়ক-