
তীব্ৰ খৰাঙত এতিয়া ৰাজ্য। বহু কৃষকে খৰাঙৰ বাবে ৰুৱ পৰা নাই ধান। জানিব পৰা মতে খৰাঙৰ বাবে ৰাজ্যৰ হাজাৰ হেক্টৰ কৃষিভূমি ছন পৰা দিশে আগদবাঢ়িছে। যাৰফলত ধান খেতি কৰিয়েই পৰিয়াল পোহপাল দিয়া গ্ৰাম্যকৃষকসকল অনাগত দিনত বিভিন্ন সমস্যাৰ সন্মুখীন হ’ব।

কিন্তু ইয়াৰ পৰিতান পাব পাৰে অসমৰ কৃষকসকল। ধান খেতিতকৈ অধিক লাভ হোৱাৰ স্থল আছে গ্ৰাম্য কৃষকসকলৰ।খৰাঙৰ বাবে ৰুৱ নোৱৰা মাটিখিনিত কৃষকসকলে শীতকালীন খেতিসমূহ কৰিব পাৰে।

যেনে-ফ্ৰেন্সবিন, ৰঙালাও, কেৰেলা, মাটিমাহ, ৰহৰমাহ, আলু, জলকীয়া, সৰিয়হ লগতে অন্যান্য শীতকালীন শস্য। এই শস্যসমূহৰ খেতি কৰি ধানতকৈ দুগুণ উপাৰ্জন কৰিব পাৰিব কৃষকসলে।

যেনে-ফ্ৰেন্সবিন, ৰঙালাও, কেৰেলা, মাটিমাহ, ৰহৰমাহ, আলু, জলকীয়া, সৰিয়হ লগতে অন্যান্য শীতকালীন শস্য। এই শস্যসমূহৰ খেতি কৰি ধানতকৈ দুগুণ উপাৰ্জন কৰিব পাৰিব কৃষকসলে।
লগতে পঢ়ক- অক্টোৱৰ মাহতে বুটমাহৰ খেতি কৰিব পাৰি
Share your comments