1. News

খৰাঙৰ বাবে ধান ভাল নহ’ল কি হ'ল চিন্তা নকৰিব! ধান খেতিতকৈ অধিক লাভ হোৱাৰ স্থল আছে আপোনাৰ!

PANKAJ KHANIKAR
PANKAJ KHANIKAR
শীতকালীন শাক-পাচলি
শীতকালীন শাক-পাচলি

তীব্ৰ খৰাঙত এতিয়া ৰাজ্য। বহু কৃষকে খৰাঙৰ বাবে ৰুৱ পৰা নাই ধান। জানিব পৰা মতে খৰাঙৰ বাবে ৰাজ্যৰ হাজাৰ হেক্টৰ কৃষিভূমি ছন পৰা দিশে আগদবাঢ়িছে। যাৰফলত ধান খেতি কৰিয়েই পৰিয়াল পোহপাল দিয়া গ্ৰাম্যকৃষকসকল অনাগত দিনত বিভিন্ন সমস্যাৰ সন্মুখীন হ’ব।

বুটমাহৰ খেতি
বুটমাহৰ খেতি

কিন্তু ইয়াৰ পৰিতান পাব পাৰে অসমৰ কৃষকসকল। ধান খেতিতকৈ অধিক লাভ হোৱাৰ স্থল আছে গ্ৰাম্য কৃষকসকলৰ।খৰাঙৰ বাবে ৰুৱ নোৱৰা মাটিখিনিত কৃষকসকলে শীতকালীন খেতিসমূহ কৰিব পাৰে।

বেঙেনা খেতি
বেঙেনা খেতি

যেনে-ফ্ৰেন্সবিন, ৰঙালাও, কেৰেলা, মাটিমাহ, ৰহৰমাহ, আলু, জলকীয়া, সৰিয়হ লগতে অন্যান্য শীতকালীন শস্য। এই শস্যসমূহৰ খেতি কৰি ধানতকৈ দুগুণ উপাৰ্জন কৰিব পাৰিব কৃষকসলে।

ফেন্সবিন
ফেন্সবিন

যেনে-ফ্ৰেন্সবিন, ৰঙালাও, কেৰেলা, মাটিমাহ, ৰহৰমাহ, আলু, জলকীয়া, সৰিয়হ লগতে অন্যান্য শীতকালীন শস্য। এই শস্যসমূহৰ খেতি কৰি ধানতকৈ দুগুণ উপাৰ্জন কৰিব পাৰিব কৃষকসলে।

লগতে পঢ়ক- অক্টোৱৰ মাহতে বুটমাহৰ খেতি কৰিব পাৰি

English Summary: ধানতকৈ অধিক লাভাৱান্বিত হ'ব

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.