1. News

বুট আৰু মগু নহ'লে প্ৰসাদ অসম্পূৰ্ণ কিন্তু অসমে কিমান শতাংশ উৎপাদন কৰে!

PANKAJ KHANIKAR
PANKAJ KHANIKAR
প্ৰসাদ
প্ৰসাদ

অসমত বুট-মগুৰ চাহিদাৰ কথা সকলোৱে জানে। বুট আৰু মগু নহ'লে প্ৰসাদ অসম্পূৰ্ণ। পিছে অসমৰ এই প্ৰসাদৰ বজাৰখন দীৰ্ঘদিনে দখল কৰি আহিছে গুজৰাট , ৰাজস্হান , মধ্যপ্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ দৰে ৰাজ্যই।

একেদৰে মগুৰ বজাৰখন দখল কৰি আছে ৰাজস্হান, বিহাৰ, উত্তৰপ্ৰদেশ আৰু কৰ্নাটকে। এক সমীক্ষা মতে কেৱল নগাঁও জিলাতে ভাদ মাহত প্ৰায় বিশকোটি টকাৰ মগু আৰু বুটৰ প্ৰয়োজন।

এনেদৰে বছৰটোত ৰাজ্যৰখনৰ পৰা কিমান কোটি টকা বুট-মগু উত্পাদিত ৰাজ্যসমূহলৈ যায় সেয়া অনুমানৰ বাহিৰত।

জানিব পৰা মতে বিগত বৰ্ষৰ দৰে চলিত মাহটোতে বিশকোটি টকা মগু আৰু বুটত যাব নগাঁও জিলাৰ পৰা। কিন্তু বুট-মগুৰ উৎপাদনত শূন্য অসম।

লগতে পঢ়ক- ২০২০ৰ তুলনাত ২০২১ বৰ্ষত কমিছে কৃষকৰ আত্মহত্যাৰ সংখ্যা- NCRB

English Summary: ZERO

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.