1. News

২০২০ৰ তুলনাত ২০২১ বৰ্ষত কমিছে কৃষকৰ আত্মহত্যাৰ সংখ্যা- NCRB

KJ Staff
KJ Staff
আত্মহত্যা কৰিবলৈ আগবঢ়া কৃষকৰ প্ৰতীক
আত্মহত্যা কৰিবলৈ আগবঢ়া কৃষকৰ প্ৰতীক

২০২০ চনৰ তুলনাত দেশত ২০২১ বৰ্ষত হ্ৰাস পাইছে কৃষকৰ আত্মহত্যা । কিন্তু সামগ্ৰিকভাৱে কৃষি কাৰ্যাকলাপৰ সৈতে জড়িত ব্যক্তিৰ আত্মহত্যাৰ সংখ্যা বৃদ্ধি পাইছে। শেহতীয়াকৈ নেচনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰো অৰ্থাত এন চি আৰ বিয়ে প্ৰকাশ কৰিছে এই তথ্য।

NCRB suicide Report
NCRB suicide Report

এন চি আৰ বিৰ প্ৰতিবেদনখনৰ মতে, দেশত ২০২০ চনত ১০,৬৭৭ৰ বিপৰীতে ২০২১ চনত ১০,৮৮১ গৰাকী কৃষিকাৰ্যৰে জড়িত ব্যক্তিয়ে আত্মহত্যা কৰিছে।

 

২০২০ চনত দেশৰ মুঠ আত্মহত্যাৰ প্ৰায় ৭ % কৃষি খণ্ডত নিয়োজিত ব্যক্তি আছিল আৰু ২০২১ চনত ৬ শতাংশ৷ প্ৰতিবেদনখনৰ মতে ২০২১ চনত আটাইতকৈ বেছি কৃষকে আত্মহত্যা মহাৰাষ্ট্ৰত।

২০২১ বৰ্ষটোত মহাৰাষ্ট্ৰত ৪,০৬৪ গৰাকী লোকে আত্মহত্যা কৰাৰ বিপৰীতে কৰ্ণাটকত ২,১৬৯ জন কৃষকৰ আত্মহত্যাৰে দ্বিতীয় স্থান আছে। ইফালে ১০৬৫ জন কৃষকৰ আত্মহত্যাৰে অন্ধ্ৰপ্ৰদেশ আছে তৃতীয় স্থানত।

লগতে পঢ়ক- ধান খেতিৰে ছবি আঁকি পিতৃ-মাতৃক শ্ৰদ্ধাঞ্জলি কৃষকৰ

English Summary: farmers suicide report of NCRB

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.