Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 23 May, 2023 10:09 AM IST
C.V. Ananda Bose at KJ Chaupal

খেতি আৰু মাটিৰ সম্পৰ্ক ঐশ্বৰিক। ভগৱান শিৱ, ব্ৰহ্ম, বিষ্ণুৰ আশীৰ্বাদ আজি আমাৰ কৃষিভূমিত। কৃষি এক ঐশ্বৰিক উৎস আৰু Covidৰ দৰে মহামাৰীৰ সময়ত ভাৰত সমগ্ৰ দেশৰ বাবে খাদ্য যোগানকাৰী হোৱাটো আমাৰ গৌৰৱ- কৃষি জাগৰণ চৌপালত কৃষি সাংবাদিকসকলৰে হোৱা কথা বতৰাৰ আৰম্ভণীতে আজি  এইদৰে ক’লে পশ্চিম বংগৰ ৰাজ্যপাল ডাঃ চি.ভি. আনন্দ বসুৱে।

কৃষি জাগৰণ কে জে চৌপালে কৃষি জাগৰণত অতিথি হিচাপে উপস্থিত থাকি তেওঁ কয়, "মইও কেৰালাৰ, যি শত দেৱতাৰ ভূমি হিচাপে খ্যাতি অৰ্জন কৰিছে। স্বামী পৰশুৰামৰ কৃপাত এই ভূমিৰ জন্ম হৈছে। পৰশুৰামে কৃষিৰ ওপৰত এখন গ্ৰন্থ লিখিছিল য'ত তেওঁ কৃষি আৰু বীজ সিঁচাৰ বিষয়ে উল্লেখ কৰিছিল।" সমৃদ্ধি আৰু ধন-সম্পত্তিৰ নামত আজি মানৱ জাতিয়ে কৃষিক অৱহেলা কৰিছে। আৰু ইয়াক ন্যায্যতা প্ৰদান কৰাৰ কৰ্তৃত্ব তেওঁ হেৰুৱাই পেলাইছে। ইয়াৰ শুধৰণিৰ লক্ষ্যৰে আজি সুস্থিৰ কৃষি চৰ্চালৈ আহিছে। দেশৰ সেউজ বিপ্লৱ জৈৱিক কৃষিৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছিল, প্ৰাকৃতিক কৃষিৰ সৈতে বিজ্ঞান আৰু প্ৰযুক্তি মিহলি হৈছিল বুলিও তেওঁ কয়।

মহামাৰীৰ সময়ত কৃষকসকলেই আছিল খাদ্য যোগানৰ প্ৰথম শাৰীত আছিল আছিল। কৃষিয়ে আপোনাৰ প্ৰয়োজনীয়খিনি যোগান ধৰে। প্ৰকৃতিক সৰ্বশক্তিমান বুলি উল্লেখ কৰি তেওঁ কয় যে প্ৰকৃতিয়ে কেতিয়াও বিশ্বাসঘাতকতা নকৰে আৰু প্ৰতিজন কৃষক এজন কৃষি যোদ্ধাৰ দৰে। অনুষ্ঠানত জাগৰণৰ প্ৰতিষ্ঠাপক তথা মুখ্য সম্পাদক এম চি ডমিনিকে কয় যে ইয়ালৈ বহুত মানুহ আহে কিন্তু আজি জ্ঞান আজি আমাৰ ওচৰলৈ আহিছে। বসু ডাঙৰীয়াৰ লগত বহিলে আমি সকলো পাহৰি যাওঁ। তেওঁ কৃষি জগতত কাম কৰাৰ ধৰণ বেলেগ।

অনুষ্ঠানটোত কৃষি জাগৰণৰ পৰিচালক চাইনী ডমিনিক, কৃষি জাগৰণ চি অ’ পি পি কে পন্ত, জনসংযোগৰ সভাপতি পি এছ ছাইনী, ছ’চিয়েল মিডিয়াৰ জি এম নিশান্ত টক, আৰু কন্টেন্ট মেনেজাৰ পংকজ খান্নাৰ লগতে কৃষি জাগৰণ মিডিয়া গ্ৰুপৰ সাংবাদিকসকল উপস্থিত থাকে।

লগতে পঢ়ক- 

HSLC RESULT : এইবাৰো অসমীয়া মাধ্যমৰ ছাত্ৰই লাভ কৰিলে শীৰ্ষস্থান

English Summary: West Bengal Governor C.V. Ananda Bose at KJ Chaupal
Published on: 22 May 2023, 06:44 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now