Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 4 December, 2022 6:07 PM IST
Ukraine war: Zelensky aide reveals up to 13,000 war dead

ন মাহ অতিক্ৰম কৰিলে ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধই। প্ৰতিটো দিনেই দুয়োখন জোৱানৰ আক্ৰমণ-প্ৰতি আক্ৰমণত নিহত হৈছে শ শ সেনা। মাতৃভূমিক বিদেশীৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ বদ্ধপৰিকৰ ইউক্ৰেইনৰ সেনা। জীৱনক মৰণত শৰণ দি  দেশৰ স্বাৰ্থত প্ৰতিদিনে ৰাছিয়াৰ দৰে শক্তিশালী এখন দেশৰ লগত যুঁজ দি গৈছে ইউক্ৰেইনৰ সেনাই। আনফালে ৰাচিয়াই নিজৰ আত্মসন্মান ৰক্ষা কৰিবলৈ প্ৰতিদিনে চলাই গৈছে আক্ৰমণৰ উপৰি আক্ৰমণ। এইদৰেই আক্ৰমণ কৰিবলৈ গৈ ইউক্ৰেইন সেনাৰ হাততো প্ৰাণ ৰাছিয়াৰ হাজাৰ হাজাৰ সেনাই।

ন মাহ অতিক্ৰম কৰা ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধ কেতিয়া অন্ত পৰিব! এই প্ৰশ্ন এতিয়া বিশ্বৰ প্ৰতিখন ৰাষ্ট্ৰৰ বাবেই এতিয়া ডাঙৰ প্ৰশ্ন হৈ পৰিছে। ৰাছিয়াক যুদ্ধ বন্ধ কৰাৰ ৰাষ্ট্ৰসংঘৰ লগতে ৰাছিয়াৰ বন্ধু ৰাষ্ট্ৰসমূহেও পৰামৰ্শ আগবঢ়াই আহিছে। কিন্তু কাৰো পৰামৰ্শলৈ গুৰুত্ব আৰোপ নকৰি নিজৰ স্থিতিত বৰ্তমানেও অটল ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমি পুটিন। আনফালে দেহৰ শেষ বিন্দু তেজ থকালৈকে আত্মসমৰ্পন নকৰাৰ হুংকাৰ জেলেনস্কিৰ।

লগতে পঢ়ক- 

বিশ্বখ্যাত লয়ড কোম্পানীৰ মুখ্য কাৰ্যবাহী পদত যোৰহাটৰ এজন অসমীয়া যুৱক

ফলত  বিগত ন মাহৰ এই যুদ্ধত নিহত হৈছে দুয়োখন দেশৰ লক্ষাধিক সেনা। লক্ষাধিক ৰুছ সেনাৰ নিহত হোৱাৰ বিপৰীতে বৰ্তমানলৈ ১৩ হাজাৰ ইউক্ৰেইনী সেনা নিহত হোৱা বুলি দাবী কৰিছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেস্কীৰ নিৰাপত্তা উপদেষ্টা মিখাইলো পুডলিয়াকে। লগতে তেওঁ জনায় যে যুদ্ধ শেষ হ’লেই ইউক্ৰেইনী সৈন্যবাহিনীৰ ক্ষয়ক্ষতিৰ সম্পূৰ্ণ হিচাপ দিয়া হ'ব বুলিও সংবাদ মাধ্যমক জনাইছে নিৰাপত্তা উপদেষ্টাগৰাকীয়ে। কিন্তু ৰাছিয়াই ইউক্ৰেইনৰ এই পৰিসংখ্যাক সম্পূৰ্ণ নস্যাত কৰিছে।

উল্লেখ্য যে যুদ্ধত কেৱল সেনাই নহয় সাধাৰণ অসংখ্য সাধাৰণ জনতায়ো প্ৰাণ হেৰুৱাইছে। বিস্তৰ ক্ষয়ক্ষতি হৈছে। ঘৰ-বাৰী হেৰুৱাইছে। স্কুল-কলেজ, খেতি-পথাৰ, চিকিতসালয় আদি অত্যাধুনিক অস্ত্ৰৰ আঘাতত মিনিটতে ধ্বংশস্তুপত পৰিণত হৈছে।

লগতে পঢ়ক- 

'পদ্মভূষণ' বঁটাৰে সন্মানিত Googleৰ মুখ্য কাৰ্যবাহী বিষয়া সুন্দৰ পিচাইক

English Summary: Ukraine war: Zelensky aide reveals up to 13,000 war dead
Published on: 04 December 2022, 05:21 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now