Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 23 July, 2022 4:40 PM IST
Inauguration of India Rubber Meet 2022

২২ জুলাইৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে কেৰেলা কোছিত আৰম্ভ হৈছে ভাৰতৰ ৰবৰ সন্মিলন-২০২২। ৰবৰ ব্যৱসায়ৰ সৈতে জড়িত ৰবৰ উদ্যোগ বিষয়া, কৃষক আৰু বিজ্ঞানীসকলৰ এখন বিশেষ মঞ্চ ভাৰতৰ ৰবৰ সন্মিলন। ৰবৰ উদ্যোগৰ অংশীদাৰসকলৰ সহযোগত ৰবৰ বোৰ্ডে এই বৈঠকৰ আয়োজন কৰিছে, যাৰ ভিতৰত আছে অটোমোটিভ টায়াৰ নিৰ্মাতা সংস্থা (ATMA)।

শুকুৰবাৰে ATMA ৰ অধ্যক্ষ সতীশ শৰ্মাই অধিৱেশনৰ উদ্বোধন কৰে। উদ্বোধনী ভাষণত  ATMA ৰ অধ্যক্ষগৰাকীয়ে কয় যে আগন্তুক দশকবোৰত প্ৰাকৃতিক ৰবৰৰ চাহিদা আকাশচুম্বী হ'ব। এনআৰ উৎপাদন আৰু ব্যৱহাৰৰ মাজত দেশৰ ক্ৰমান্বয়ে বাঢ়ি অহা ব্যৱধান দূৰ কৰাৰ বাবে এক বহনক্ষম আৰু পৰিৱেশ অনুকূল পৰিকল্পনা অপৰিহাৰ্য।

অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে ৰবৰ বোৰ্ডৰ অধ্যক্ষ তথা সৰ্বভাৰতীয় ৰবৰ উদ্যোগ সংস্থাৰ সভাপতি সাৱাৰ ধননিয়াই।  ধননিয়াই কয় যে ৰবৰ বোৰ্ডে ৭৫ সংখ্যক 'আজাদী কা অমৃত মহোৎসৱ'ও উদযাপন কৰি আছো, যাৰ উদ্দেশ্য হৈছে দেশখনস্বাৱলম্বী কৰা। তেনে সময়তে ৰবৰ ব'ৰ্ডে এক স্বাৱলম্বী আৰু বহনক্ষম ৰবৰ খণ্ড গঢ়ি তোলাৰ প্ৰচেষ্টা প্ৰশংসনীয়।

ৰবৰ বাগান

উল্লেখ্য যে কেৰেলাৰ কোছিত অনুষ্ঠিত ৰবৰ  সন্মিলনখনত প্ৰায় ২০০গৰাকী কৃষকৰ লগতে ৫০০ তকৈও অধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।  বৈঠকখনত 'বহনক্ষম ভৱিষ্যতৰ বাবে প্ৰাকৃতিক ৰবৰ' শীৰ্ষক আলোচনা চক্ৰত  অধিক বহনক্ষম ভৱিষ্যতৰ বাবে নতুন সুযোগ, উদ্ভাৱনী ধাৰণা আৰু কৌশলগত পৰিকল্পনাৰ মোকাবিলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে বিশিষ্ট ব্যক্তিসকলে।

লগতে পঢ়ক- এতিয়া ঘৰৰ পৰাই বিক্ৰি কৰিব পাৰিব আপোনাৰ পথাৰৰ ফচল

English Summary: Two-day India Rubber Meet in Kochi
Published on: 23 July 2022, 04:40 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now