Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 11 March, 2023 11:22 AM IST
খানাপাৰত প্ৰাকৃতিক কৃষি সন্দৰ্ভত কৃষি বিষয়াক প্ৰশিক্ষণ

খানাপাৰাস্থিত কৃষি ভৱন চৌহদত এদিনীয়া প্ৰাকৃতিক কৃষি সন্দৰ্ভত প্ৰশিক্ষণ । উদ্যানশস্য তথা খাদ্য সংসাধন সঞ্চালকালয়ে আয়োজিত প্ৰশিক্ষণ কাৰ্যসূচীত নিৰ্বাচিত ১৫ খন জিলাৰ প্ৰাকৃতিক কৃষিৰ ন’ডেল বিষয়াসকলক প্ৰদান কৰা হয় এই প্ৰশিক্ষণ।

উদ্যমী কৃষক নিৰ্বাচন আৰু বিভাগীয় পৃষ্ঠপোষকতাত নীতি-নিৰ্দেশনা প্ৰস্তুতিৰ জৰিয়তে প্ৰাকৃতিক কৃষিৰে ৰাজ্যৰ কৃষিখণ্ড অন্যতম মাত্ৰা প্ৰদান কৰাৰ উদ্দেশ্য আগত ৰাখি এই প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰা বুলি জানিবলৈ দিয়ে উদ্যোক্তাসকলে।

লগতে পঢ়ক- 

Snake been : ধান নোহোৱা এবিঘা বাম মাটিত ডাংবডিৰ খেতি কৰক

প্ৰশিক্ষণ কাৰ্যসূচীত অন্য কৃষি বিষয়াসকলৰ লগতে উপস্থিত থাকে উদ্যানশস্য বিভাগৰ সঞ্চালক ত্ৰিৰংগ ভাৰতীয় বৰা, অসম বীজ আৰু জৈৱিক প্ৰমাণীকৰণ অভিকৰণৰ (ASOCA) সঞ্চালক মৌচম হাজৰিকা, কৃষি বিভাগৰ অৱসৰপ্ৰাপ্ত উপ সঞ্চালক খগেন শৰ্মা, কৃষি তথ্য বিষয়া মানবজ্যোতি দাস, প্ৰাকৃতিক কৃষিৰ সহকাৰী ন’ডেল বিষয়া ড° ইমদাদ হুছেইন ঠাকুৰীয়া।

উল্লেখ্য যে সম্প্ৰতি সমগ্ৰ বিশ্বই বহনক্ষম উন্নয়নৰ বাবে প্ৰাকৃতিক কৃষিক সন্মুখত ৰাখি আগবাঢ়ি গৈছে। ইফালে বিগত দিনতে অসমৰ মাজুলিকে ধৰি কেইবাখনো জিলাক প্ৰাকৃতিক কৃষিৰ হাব হিচাপে গঢ়ি তোলাৰ প্ৰস্তাৱ সিদ্ধান্ত গ্ৰহণ কৰিছিল কৃষিমন্ত্ৰী অতুল বৰাই। এইকেওটা দিশক সন্মুখত ৰাখিয়েই আজি ৰাজ্যৰ নিৰ্বাচিত ১৫ খন জিলাৰ প্ৰাকৃতিক কৃষি বিষয়াসকলক প্ৰদান কৰা হয় প্ৰাকৃতিক কৃষক নিৰ্বাচন আৰু সুস্থভাৱে প্ৰাকৃতিক কৃষিক আগুৱাই নিয়াৰ প্ৰশিক্ষণ।

লগতে পঢ়ক- 

প্ৰকৃত কৃষক হৈয়ো যদি PMKSAN ৰ ধন পোৱা নাই তেনেহ’লে এইকেইটা কাম কৰক

English Summary: Training for nodal officers of agriculture in 15 districts on natural agriculture
Published on: 10 March 2023, 05:08 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now