1. News

ৰাষ্ট্ৰপতি দৌপদী মূৰ্মুৰ ভৰি স্পৰ্শ কৰা ৰাজস্থানৰ অভিযন্তা নিলম্বন

PANKAJ KHANIKAR
PANKAJ KHANIKAR
engineer suspended for trying to touch President Murmu's feet
engineer suspended for trying to touch President Murmu's feet

ৰাজস্থানত অনুষ্ঠিত স্কাউট গাইড জাম্বোৰীৰ উদ্বোধনী কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ হেলিকপ্টাৰ নামি অহা ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৰ ভৰি স্পৰ্শ কৰিব বিচৰা অভিযন্তা আম্বা ছিউলক নিলম্বন ।

নিৰাপত্তা ভংগ কৰাৰ অভিযোগত নিলম্বণ কৰা হৈছে কনিষ্টা অভিযন্ত্ৰাগৰাকীক। পালি জিলাৰ ৰোহেটৰ জনস্বাস্থ্য অভিযান্ত্ৰিক বিভাগৰ কনিষ্ঠ অভিযন্তা আম্বা ছিউলে ৪ হেলিপেডত ৰাষ্ট্ৰপতিৰ ভৰি স্পৰ্শ কৰিবলৈ চেষ্টা কৰি প্ৰট'কল উলংঘা কৰিছিল।

লগতে পঢ়ক- 

Kaji Nemu : কাজি নেমু আৰু ইয়াৰ কৃষি পদ্ধতি

 

ৰাজস্থান অসামৰিক সেৱাৰ নিয়ম অনুসৰি ৯৫৮ৰ ৩৪২ৰ অধীনত ঘটনাৰ এটা সপ্তাহৰ পিছত কনিষ্ঠ অভিযন্ত্ৰা আম্বা ছিউলক তাৎক্ষণিকভাৱে নিলম্বণ কৰে।

জানিব পৰা মতে সভাস্থলীত পানীৰ ব্যৱস্থা কৰিবলৈ উপস্থিত আছিল অভিযন্ত্ৰাগৰাকী। আৰু নিৰাপত্তাৰ গ্ৰীড ভংগ কৰি ৰাষ্ট্ৰপতিগৰাকীক আদৰণি জনাই থকা বিষয়াসকলৰ সন্মুখৰ লাইনত উপস্থিত হৈছিল আম্বা ছিউল । হেলিপেডতে ৰাষ্ট্ৰপতিৰ ভৰি স্পৰ্শ কৰিবলৈ চেষ্টা কৰি প্ৰট'কল উলংঘা কৰিছিল কনিষ্ঠ অভিযন্ত্ৰাগৰাকীয়ে।

লগতে পঢ়ক- 

বিহুৰ প্ৰথম দিনটোতে অসম ৰাজ্যিক চিৰিয়াখানাত ড৹ হিমন্ত বিশ্ব শৰ্মা

English Summary: Rajasthan engineer suspended for trying to touch President Murmu's feet

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.