1. News

মায়াঙত শ শ বিঘা ভূমিত উন্নত পদ্ধতিৰে আলু খেতি

PANKAJ KHANIKAR
PANKAJ KHANIKAR
মায়াঙত উন্নত পদ্ধতিৰে আলু খেতিৰ প্ৰস্তুতি।
মায়াঙত উন্নত পদ্ধতিৰে আলু খেতিৰ প্ৰস্তুতি।
পৰীক্ষামূলক ভাৱে এই উন্নত পদ্ধতিৰে খেতি আৰম্ভ কৰিছে মায়াঙৰ  ছনতলী এফচিপিয়ে।
পৰীক্ষামূলক ভাৱে এই উন্নত পদ্ধতিৰে খেতি আৰম্ভ কৰিছে মায়াঙৰ ছনতলী এফচিপিয়ে।

লগতে পঢ়ক- 

অসমৰ ৰেছম শিল্পৰ ক্ষেত্ৰখনত চৰকাৰী ৰেছম ফাৰ্মসমূহৰ ভূমিকা

উদ্যান শস্য আৰু খাদ্য প্ৰক্ৰিয়াকৰণ সঞ্চালকালয়ৰ সহযোগত মায়াঙৰ ছনতলী এফচিপিয়ে আৰম্ভ কৰিছে  এই আলু খেতি।
উদ্যান শস্য আৰু খাদ্য প্ৰক্ৰিয়াকৰণ সঞ্চালকালয়ৰ সহযোগত মায়াঙৰ ছনতলী এফচিপিয়ে আৰম্ভ কৰিছে এই আলু খেতি।
শ শ বিঘা ভূমিত উন্নত পদ্ধতিৰে  কৰা আলু খেতিয়ে এইবাৰ আলুৰ বজাৰখনলৈ নিশ্চিতভাৱে ভাল খবৰ  কঢ়িয়াই আনিব।
শ শ বিঘা ভূমিত উন্নত পদ্ধতিৰে কৰা আলু খেতিয়ে এইবাৰ আলুৰ বজাৰখনলৈ নিশ্চিতভাৱে ভাল খবৰ কঢ়িয়াই আনিব।

লগতে পঢ়ক- 

এবিঘা মাটিত খেতি কৰি ২-৩ মাহতে ৬০ হাজাৰ টকা কেনেকৈ ইনকাম কৰিব!

English Summary: potato cultivation in Mayang

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.