Prawn Farming : ব্যৱসায়িক ভিত্তিত মিছামাছ পালন আৰু ইয়াৰ লাভালাভ বহনক্ষম কৃষি পদ্ধতি! ই কেনেকৈ আমাৰ পৰৱৰ্তী প্ৰজন্মক সুৰক্ষিত কৰিব! Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 17 February, 2023 4:10 PM IST
Last Day of International Crop-Science Conference & Exhibition

ডুবাইত বৃহস্পতিবাৰৰ পৰা অনুষ্ঠিত হৈ থকা ১৭ সংখ্যক আন্তঃৰাষ্ট্ৰীয় শস্য-বিজ্ঞান সন্মিলনৰ আজি অন্তিমটো দিন। ভাৰতীয় কীটনাশক নিৰ্মাতা আৰু প্ৰস্তুতকাৰী সংস্থা (PMFAI)ৰ উদ্যোগত আয়োজন কৰা হৈছে এই আন্তৰাষ্ট্ৰীয় সন্মিলনখন। দ্বিতীয় দিনটোত PMFAI য়ে ৰাছিয়ান ইউনিয়ন অৱ মেনুফেকচাৰ্ছৰ সদস্যসকলৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ কৰে।

চুক্তি স্বাক্ষৰৰ কালতে ৰাছিয়াৰ ভিক্টৰ গ্ৰীগৰিভে কয়- কেঁচামাল আৰু কীটনাশকৰ বজাৰৰ বিকাশৰ লগে লগে যোৱা ১০ বছৰত ভাৰত আৰু ৰাছিয়াৰ মাজৰ সম্পৰ্ক অবিৰতভাৱে গঢ় লৈ উঠিছে। ইফালে, PMFAI ৰ সভাপতি প্ৰদীপ ডেভে কয়, ‘আগন্তুক বছৰবোৰত ৰাছিয়া-ভাৰতৰ সম্পৰ্ক অধিক শক্তিশালী হ’ব।

লগতে পঢ়ক- 

PMFAIৰ উদ্যোগত ডুবাইত ১৭তম আন্তৰ্জাতিক শস্য-বিজ্ঞান সন্মিলন আৰু প্ৰদৰ্শনী

অনুষ্ঠানটো সামৰণি পৰে "পিএমএফএআই-এছএমএল বাৰ্ষিক বঁটা ২০২৩" শীৰ্ষক বঁটা প্ৰদান অনুষ্ঠানেৰে। তলত বঁটা বিজয়ীসকলৰ সম্পূৰ্ণ তালিকা দিয়া হ'ল-

Company of the Year – Large Scale Runner Up: Heranba Industries Ltd.

Company of the Year – Large Scale Runner Up: Panjab Chemicals and Crop Protection Ltd.

Export Excellence – Large Scale: Indofil Industries Ltd.

Export Excellence – Large Scale: Bharat Rasayan Ltd.

Global Indian Company of the Year: Tagros Chemicals India Pvt. Ltd.

Successful Company of the Era (Having presence for more than Twenty Years): Insecticides (India) Ltd.

Successful Company of the Era (Having presence for more than Twenty Years) Runner Up: Meghmani Organics Ltd.

Social Responsibility Excellence Award – Large Scale Winner: NACL Industries Ltd.

Social Responsibility Excellence Award – Large Scale Runner Up: Parijat Industries India Pvt. Ltd.

Company of the Year – Medium Scale: Agrow Allied Ventures Pvt. Ltd.

Best Emergence Company – Medium Scale: Sandhya Group Phosphorus Chemistry

Export Excellence – Medium Scale: Spectrum Ethers Pvt. Ltd.

Global Indian Company of the Year – Medium Scale: Agrow Allied Ventures Pvt. Ltd.

Social Responsibility Excellence Award – Medium Scale: Sandhya Group Phosphorus Chemistry

Company of the Year – Medium (Ancillary Unit): Supreme Surfactants Pvt. Ltd.

Export Excellence – Large Scale (Ancillary Unit): Indo Amines Ltd.

Company of the Year – Small Scale Unit: Act Agro Chem Pvt. Ltd.

Export Excellence – Small Scale: The Scientific Fertiliser Co. Pvt. Ltd.

Best Emerging Company – Small Scale: Betrust Industries Pvt. Ltd.

Outstanding Innovation in Crop Solutions: Best Agrolife Ltd.

Leader of the year – Agrochemicals: Rajesh Agarwal, Managing Director, Insecticides (India) Ltd.

Emerging Leader of the Year – Agrochemicals: Ankit Patel, Director, MOL

Exceptional Contribution for Global & Domestic Registration: Dr. K N Singh, Vice President (International), Gharda Chemicals Ltd.

Life Time Achievement Award for contribution and service: Natwarlal Patel, Managing Director, Meghmani Organics Pvt. Ltd.

লগতে পঢ়ক-

Aadi Mahotsav: দিল্লীত অনুষ্ঠিত জনজাতি মহোৎসৱৰ আজি দ্বিতায়টো দিন

 

English Summary: PMFAI-SML Annual Awards 2023 : The Best Company Award goes to Heranba Industries Ltd
Published on: 17 February 2023, 04:10 IST