Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 12 September, 2022 2:30 PM IST
খৰাং আৰু অতিবৃষ্টিৰ বাবে হ্ৰাস পাব ধান আৰু দালি খেতিৰ পৰিমাণ

বেংক অৱ বৰোদাৰ এক প্ৰতিবেদনৰ মতে চলিত বৰ্ষত তৈলবীজকে ধৰি খাৰিফ শস্যৰ খেতি যোৱা বছৰৰ তুলনাত ১.৩% হ্ৰাস পাইছে। ধান আৰু মাহজাতীয় খেতি দীৰ্ঘদিন ধৰি গড় হিচাপতকৈও এইবাৰ হ্ৰাস পাইছে।

ইয়াৰ বাবেই চাউল, দালি আৰু খোৱা তেলৰ দাম বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। বেংক অৱ বৰোদাৰ প্ৰতিবেদনত কোৱা হৈছে যে এইবাৰ ধান উৎপাদন হ্ৰাস পোৱাৰ সম্ভাৱনা আছে।

২ ছেপ্টেম্বৰলৈকে এই ধানৰ খেতিৰ পূৰ্বৰ বছৰৰ তুলনাত ৫.৬ কম । ইফালে বৃদ্ধি হোৱাৰ সম্ভাৱনা নাই কাৰণ ধান খেতিৰ সময় ইতিমধ্যে পাৰ হৈছে। যোৱা বছৰৰ তুলনাত মোটা শস্যৰ খেতি নিশ্চিতভাৱে ভাল, কিন্তু স্বাভাৱিকতকৈ কম হৈ থাকিব পাৰে।

এনে অৱস্থাত উৎপাদন কমিব, যোগান কমিব আৰু দাম বৃদ্ধি হ’ব পাৰে। ইয়াৰ জলবায়ু পৰিৱৰ্তন বুলি প্ৰতিবেদনখনত উল্লেখ কৰিছে।

লগতে পঢ়ক- নয়ডাত আন্তঃৰাষ্ট্ৰীয় দুগ্ধ ফেডাৰেচনৰ বিশ্ব দুগ্ধ সন্মিলন-২০২২

English Summary: Paddy, dal goes to price hike
Published on: 12 September 2022, 02:24 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now