কৃষকসকলে জানিবলৈ দিয়ে যে অত্যাধনিক পদ্ধতিৰে খেতি পূৰ্বতকৈ অধিক শস্য উৎপাদন হৈছে। কম খৰচ তথা কম সময় আৰু কম শ্ৰমেৰে কিন্তু ভাল ফল পাবলৈ সক্ষম হৈছে বুলি জানিবলৈ দিয়ে উদ্যোক্তাসকলে।ইপিনে অতি কম টকাতে চৰকাৰৰ ৰাজহ সাহাৰ্য লাভ কৰি এনেধৰণৰ যন্ত্ৰ ক্ৰয় কৰি নিজৰ খেতিদৰাত বৈজ্ঞানিক দৃষ্টিভংগীৰে আগবাঢ়ি আৰ্থিক ভাৱে সুচল হ'ব পাৰিব বুলি আশা প্ৰকাশ কৰি কৃষকসকলে।
Share your comments