1. News

উৰিষ্যাৰ কৃষি উন্নতি সন্মিলনৰ আজি দ্বিতীয়টো দিন

PANKAJ KHANIKAR
PANKAJ KHANIKAR
krishi unnati sammelan-2022 : 2nd day
krishi unnati sammelan-2022 : 2nd day

কৃষি জাগৰণ মিডিয়া গ্ৰুপ আৰু এম এছ স্বামীনাথন স্কুল অৱ এগ্ৰিকালচাৰৰ যৌথ উদ্যোগত অনুষ্ঠিত হৈ থকা কৃষি উন্নতি সন্মিলন ২০২২ ৰ আজি দ্বিতীয়টো দিন। আয়োজক সমিতিৰ হৈ সোমবাৰেই ওৰিষ্যাত উপস্থিত হৈছে গৈ কৃষি জাগৰণ মিডিয়া গ্ৰুপৰ দল আৰু কৃষি জাগৰণৰ সঞ্চালক তথা মুখ্য সম্পাদক এম চি ডমিনিক। প্ৰথম দিনৰ কাৰ্যসূচীৰ অন্যতম আকৰ্ষণ আছিল- ডংগ্ৰিয়া জনগোষ্ঠীৰ শিল্প আৰু সংস্কৃতি,  খাদ্য,  আৰু কৃষি পদ্ধতিৰ লগতে ডংগ্ৰিয়া জনগোষ্ঠীৰ হাতেৰে বোৱা হস্ততাঁত আৰু হস্তশিল্প।

দুয়োটা দিনতে ১০ টা বেচৰকাৰী সংগঠন আৰু প্ৰায় ৩০০০ কৃষকে সন্মিলনত অংশগ্ৰহণ কৰে। উল্লেখ্য যে এই সন্মিলনীয়ে নতুন উদ্ভাৱন আৰু প্ৰযুক্তিগত উন্নয়নৰ বিষয়ে কৃষকসকলৰ মাজত সচেতনতা সৃষ্টিৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে বুলি জানিবলৈ দিয়ে কৃষিজাগৰণ মিডিয়া গ্ৰুপৰ প্ৰতিষ্ঠাপক তথা সঞ্চালক এম চি ডমিনিকে।

লগতে পঢ়ক-

কৃষকলৈ ভাল খবৰ। সৰিয়হৰ লগতে ৬ বিধ শস্যৰ নন্যূতম সমৰ্থন মূল্য বৃদ্ধি

কৃষি জাগৰণ মিডিয়া গ্ৰুপৰ মুখ্য সম্পাদকৰ সৈতে  উৰিষ্যাৰ  DAM শ্ৰদ্ধা দেৱ সিং
কৃষি জাগৰণ মিডিয়া গ্ৰুপৰ মুখ্য সম্পাদকৰ সৈতে উৰিষ্যাৰ DAM শ্ৰদ্ধা দেৱ সিং

দ্বিতীয় দিনৰ কাৰ্যসূচীত উৰিষ্যাৰ DAM শ্ৰদ্ধা দেৱ সিং উপস্থিত হৈ কৃষকসকলক সম্বোধন কৰে আৰু প্ৰদৰ্শনীসমূহ পৰিদৰ্শন কৰে। কৃষি উন্নতি সন্মিলন ২০২২ৰ দ্বিতীয়টো দিনত অনুষ্ঠিত হৈ থকা কাৰ্যসূচীৰ বিৱৰণ কেইখন আলোকচিত্ৰৰ মাজেৰে দেখুৱাৰ যত্ন কৰা হ’ল-

krishi unnati sammelan-2022 : 2nd day
krishi unnati sammelan-2022 : 2nd day
krishi unnati sammelan-2022 : 2nd day
krishi unnati sammelan-2022 : 2nd day

লগতে পঢ়ক- 

আৰম্ভ হ’ল কৃষি উন্নতি সন্মিলন ২০২২

English Summary: krishi jagran organised the krishi unnati sammelan in odisha

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.