1. News

৬-৮ ডিচেম্বৰত ৰেপচিড-সৰিয়হৰ উন্নত কৃষি পদ্ধতিৰ প্ৰশিক্ষণ

PANKAJ KHANIKAR
PANKAJ KHANIKAR
"Improved agronomic practices  of rapeseed-mustard for higher production"
"Improved agronomic practices of rapeseed-mustard for higher production"

অসমৰ শীতকালীন খেতিসমূহৰ অন্যতম সৰিয়হৰ খেতি। ধানৰ পাছতেই অসমৰ কৃষকসকলে বৃহত পৰিমাণত সৰিয়হ খেতি কৰে। বানপানীপ্ৰৱণ অঞ্চলতসমূহত ধান খেতিৰ বিকল্প হিচাপে অসমৰ কৃষকসকলে এই খেতি কৰে।

গতিকে ৰাজ্য চৰকাৰে অন্য শীতকালীন খেতিৰ লগতে সৰিয়হৰ উন্নত কৃষি পদ্ধতিতো গুৰুত্ব আৰোপ কৰিছে। তাৰেই অংশ হিচাপে কৃষি বিভাগে ৰাজ্যৰ ভিন্ন অঞ্চলত সৰিয়হ খেতিৰ বিজ্ঞানসন্মত পদ্ধতি সন্দৰ্ভত সজাগতা সৃষ্টিৰ লক্ষ্যৰে কৃষকসকলৰ মাজত এলানি প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে।

লগতে পঢ়ক- 

সৰিয়হ তলীবোৰত সৰিয়হ চপোৱাৰ এমাহৰ পূৰ্বেই ৰঙালাও পুলি ৰোৱক কৃষকসকলে

শেহতীয়াকৈ ৬ ডিচেম্বৰত নলবাৰী জিলাৰ হাহদলি গাঁৱত আৰু ৮ ডিচেম্বৰত আলোগুৰিৰ কৃষকসকলক APARTৰ অধীনত প্ৰশিক্ষণ প্ৰদান কৰে।

প্ৰক্ষিক্ষণ কালত কৃষকসকলক উচ্চ উৎপাদনৰ বাবে ৰেপচিড-সৰিয়হৰ উন্নত কৃষি পদ্ধতি"ৰ ওপৰত কৃষকৰ কাৰিকৰী প্ৰশিক্ষণ আগবঢ়ায়।

লগতে পঢ়ক- 

Wheat farming : মাজুলিৰ জেংৰাইমুখত ১০ মাটিত ঘেঁহু খেতি

English Summary: "Improved agronomic practices of rapeseed-mustard for higher production"

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.