-
-
কোকৰাঝাৰত আগতীয়া ফুলকবিৰ চমক
কোকৰাঝাৰত আগতীয়া ফুলকবিৰে চমক। বৰ্তমান ১ কেজি ফুলকবিত ১২০ টকা দৰত বজাৰত বিক্ৰি কৰি আছে কোকৰাঝাৰৰ এইসকল কৃষকে। বৃহস্পতিবাৰে উক্ত শাক-পাচলিৰ বাৰীখন পৰিদৰ্শন কৰে কৃষি বিভাগৰ বিষয়াববীয়াই।
ৰাজ্যৰ OPIU- উদ্যান শস্য আৰু খাদ্য প্ৰক্ৰিয়াকৰণ বিভাগৰ অধীনত আৰু কৃষি বিভাগৰ পৰামৰ্শ অনুসৰি এনেদৰে ফলকবিৰে চমক সৃষ্টি কৰিবলৈ সক্ষম হৈছে কৃষকসকল।
অবতৰত এনেদৰে ফুলকবি বজাৰলৈ উলিয়াই দি দুগুণ দাম কৰিবলৈ সক্ষম হৈছে কৃষকসকল।
লগতে আগতীয়াকৈ খেতি কৰি কিদৰে লাভান্বিত হ’ব পাৰি এই সন্দৰ্ভতো এক আলোচনাত মিলিত হয় অঞ্চলটোৰ কৃষকসকলৰ সৈতে।
লগতে পঢ়ক-
English Summary: Early cauliflower surprise in Kokrajhar
Share your comments