1. News

কোকৰাঝাৰত আগতীয়া ফুলকবিৰ চমক

PANKAJ KHANIKAR
PANKAJ KHANIKAR
কোকৰাঝাৰত আগতীয়া ফুলকবিৰে চমক। বৰ্তমান ১ কেজি ফুলকবিত ১২০ টকা দৰত বজাৰত বিক্ৰি কৰি আছে কোকৰাঝাৰৰ এইসকল কৃষকে। বৃহস্পতিবাৰে উক্ত শাক-পাচলিৰ বাৰীখন পৰিদৰ্শন কৰে কৃষি বিভাগৰ বিষয়াববীয়াই।

ৰাজ্যৰ OPIU- উদ্যান শস্য আৰু খাদ্য প্ৰক্ৰিয়াকৰণ বিভাগৰ অধীনত আৰু কৃষি বিভাগৰ পৰামৰ্শ অনুসৰি এনেদৰে ফলকবিৰে চমক সৃষ্টি কৰিবলৈ সক্ষম হৈছে কৃষকসকল।

অবতৰত এনেদৰে ফুলকবি বজাৰলৈ উলিয়াই দি দুগুণ দাম কৰিবলৈ সক্ষম হৈছে কৃষকসকল।

লগতে আগতীয়াকৈ খেতি কৰি কিদৰে লাভান্বিত হ’ব পাৰি এই সন্দৰ্ভতো এক আলোচনাত মিলিত হয় অঞ্চলটোৰ কৃষকসকলৰ সৈতে।

লগতে পঢ়ক- 

নেমু গছৰ ডাল ধৰা পদ্ধতিৰে উৎপাদন কৰা পুলিত এবছৰতে লাগে ফল

English Summary: Early cauliflower surprise in Kokrajhar

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2025 Krishi Jagran Media Group. All Rights Reserved.