-
-
শোণিতপুৰত ড্ৰো'নৰ সহায়ত কৃষি পথাৰত সাৰ প্ৰয়োগৰ পৰীক্ষা
শোণিতপুৰত Combine Harvester মেচিন বিতৰণ পাঁচনৈ কৃষক উতপাদক কোম্পানীক
লগতে পঢ়ক-
মেচিনসমূহ বিতৰণ কৰে অসম চৰকাৰৰ গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংঘালে।
শোণিতপুৰ জিলাৰ কৃষি কাৰ্যালয় উদ্যোগত মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য যোজনাৰ অধীনত বিতৰণ কৰা হয় এই Combine Harvester মেচিন।
Combine Harvester মেচিন বিতৰণ অনুষ্ঠানৰ লগতে সংগতি ৰাখি ড্ৰো'ণৰ সহায়ত কৃষি পথাৰত কৃষকসকলে কেনেকৈ সাৰ ( নেন' ইউৰিয়া) প্ৰয়োগ কৰিব পাৰি তাৰ ওপৰতো এক পৰীক্ষামূলক প্ৰদৰ্শনী কৰা হয় ।
লগতে পঢ়ক-
English Summary: Drone fertilizer testing in agricultural fields in Sonitpur
Share your comments