-
-
কৃষকসকলে একগুলিত দুই চিকাৰ কৰক আলুৰ লগত ৰঙালাও খেতি কৰি
এতিয়া আলু খেতিৰ বতৰ। ৰাজ্যৰ কৃষকসকল ব্যস্ত অন্য শীতকালীন শস্যৰ লগতে আলু খেতিত। এই বাৰ বিভিন্ন ঠাইত কৃষকসকলে টেক্টৰৰ লগত সংযুক্ত মেচিনৰ সহায়ত কৃষকসকলে আলু ৰোপন কৰিছে।
কিন্তু কৃষকসকলে আলু খেতিৰ লগতে ৰঙালাও খেতি কৰিব পাৰে। আলু অলপ ডাঙৰ হোৱাৰ পাছতে ৰঙাপুলি খুলি কৰি আলুৰ মাজে মাজে ৰুই দিব লাগে। এটা কথা লক্ষ্য কৰিব লাগে যে আলু চপোৱাৰ পূৰ্বেই যাতে ৰঙালাওগছবোৰ ডাঙৰ হৈ আলু খেতিত বাধা নিদিয়ে। গতিকে কৃষকগৰাকীয়ে ৰঙালাও পুলি ৰোপন কৰাৰ এমাহ-ডেৰমাহৰ পাছত ৰঙালাও পুলিবোৰ ৰুৱ লাগে- এই কথাটো মন কৰিব।
লগতে পঢ়ক-

এনে খেতিৰ দ্বাৰা কৃষকগৰাকীয়ে এক গুলিত দুই চিকাৰ কৰাৰ দৰে হয়। কাৰণ আলু চপোৱাৰ পাছতে ৰঙালাওবোৰ আলু কৰি চহাই থোৱা আৰু সাৰুৱা মাটিখিনিত ৰঙালাও খেতি নিজেই নিজেই হৈ যাব। উল্লেখ্য যে আগতীয়াকৈ চপোৱা সৰিয়হ তলীসমূহতো ৰঙালাও খেতি কৰিব পাৰিব।
লগতে পঢ়ক-
English Summary: mixed cultivation of potato & pumkin
কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক
প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।
প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।
Donate now
Share your comments