-
-
Combine Harvester : ধান কটাৰ বাবে তিনিচুকীয়াতো কম্বাইণ্ড হাৰ্ভেষ্টাৰ মেচিন প্ৰদান কৃষকক
তিনিচুকীয়াত কম্বাইণ্ড হাৰ্ভেষ্টাৰ মেচিন প্ৰদান কৃষকক। মুখ্যমন্ত্রীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত প্ৰদান কৰা হয় ধান কটা মেচিনটো।
তিনিচুকীয়া জিলাৰ কাচিজান গাওঁৰ “Soumar Organic Farmer Producer Company ” ক প্ৰদান কৰা হয় এই কম্বাইণ্ড হাৰ্ভেষ্টাটো।
লগতে পঢ়ক-
ডুমডুমা সমষ্টিৰ বিধায়ক ৰূপেশ গোৱালাৰ উপস্থিতিত Soumar Organic Farmer Producerক প্ৰদান কৰা হয় মেচিনটো।
ধানকটা মেচিনটো শুভাৰম্ভণি কৰি বিধায়কগৰাকীয়ে কয়- দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৃষক সকলৰ আয় বৃদ্ধি কৰাৰ দৃঢ়সংকল্প স্বৰূপে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সঠিক ব্যৱহাৰ কৰি সমগ্ৰ ভাৰতবৰ্ষত ধান কটা আৰু ধান চপোৱা সঁজুলি বিতৰণ কৰিছে। অসমতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এই ধান কটা আৰু ধান চপোৱা সঁজুলি বিতৰণ কৰি থকা হৈছে।
লগতে পঢ়ক-
English Summary: Combine Harvester to Soumar Organic Farmer Producer Company
Share your comments