-
-
দিল্লীৰ পৌৰ নিগম নিৰ্বাচনত শেষ হাঁহি আপৰ
দিল্লীৰ পৌৰ নিগম নিৰ্বাচনত শেষ হাঁহি মাৰিলে আপে। দিল্লী পৌৰ নিগমৰ নিৰ্বাচনত আপে লাভ কৰিলে সংখ্যাগৰিষ্ঠতা।
২৫০ আসনক লৈ অনুষ্ঠিত দিল্লী পৌৰ নিগমৰ নিৰ্বাচনত ১৩৪খন আসন লাভ কৰি আপে বিজয়ৰ শেষ হাঁহি মাৰে।
লগতে পঢ়ক-
আনফালে, বিজেপিয়ে ১০৪খন লাভ কৰি দ্বিতীয় নত ৰয়।
নিৰ্বাচনত কংগ্ৰেছে ৯খন লাভ কৰাৰ বিপৰীতে নিৰ্দলীযই ৩খন আসন লাভ কৰে।
English Summary: Arvind Kejriwal seeks PM Modi's 'blessings' after AAP win
Share your comments