-
-
কৃষিমন্ত্ৰী অতুল বৰাই পৰিদৰ্শন কৰা আন্তৰ্জাতিক কৃষি-উদ্যানশস্য মেলাৰ কেইখনমান আলোকচিত্ৰ
"সপ্তম অসম আন্তৰ্জাতিক কৃষি উদ্যানশস্য মেলা-২০২২"ৰ আজি দ্বিতীয়টো দিন।
দ্বিতীয়দিনৰ কাৰ্যসূচী অনুসৰি কৃষিমন্ত্ৰী অতুল বৰাই অসম আন্তৰ্জাতিক কৃষি-উদ্যানশস্য মেলাৰ বিপণীসমূহ পৰিদৰ্শন কৰে
পৰিদৰ্শন কালতে কেইবাবিধো ফুল আৰু ঔষধি গছৰ পুলি ক্ৰয় কৰে কৃষিমন্ত্ৰীগৰাকীয়ে।
পৰিদৰ্শন কালতে Shabnam Nursary বিপণীৰ ফালৰ পৰা এটি গছৰ পুলি উপহাৰ হিচাপে প্ৰদান কৰে কৃষিমন্ত্ৰীগৰাকীক।
লগতে পঢ়ক-
পৰিদৰ্শনকালত কৃষিমন্ত্ৰীগৰাকীয়ে কৃষক আৰু নাৰ্চাৰি লগত জড়িত ব্যক্তিসকলৰ লগত মত বিনিময়ো কৰে।
অসমৰ কৃষি তথা উদ্যানশস্য খণ্ডক উজ্জীৱিত কৰা এই মেলাখন ভ্ৰমণ কৰিবলৈ সকলোকে আহ্বান জনাইছোঁ।
লগতে পঢ়ক-
English Summary: Agriculture Minister Visit in 7th Assam International Agri Horti Show2022
Share your comments