1. স্বাস্হ্য আৰু জীৱন

ৰক্তচাপ, হৃদৰোগীসকলে ৰূমতে টাবত ৰোপণ কৰক Spider plant

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Spider plant
Spider plant

ঘৰৰ ভিতৰত বা অফিচ-কাছাৰিৰ ভিতৰত ফুলৰ টাবত গছ পুলি বা ফুলপুলি ৰোপন কৰাতো বৰ্তমান সময়ত ট্ৰেণ্ডলৈ ৰূপান্তৰ হৈছে। কিন্তু উদ্ভিদসমূহৰ গুণাগণ নজনাকৈ আমি ধৰণৰ উদ্ভিদ ৰোপণ কৰোঁ।কিন্তু এনেদৰে ৰোপণ কৰা কিছুমান উদ্ভিদ বিষাক্তও হ'ব পাৰে।

ভাল বুলি বা সোন্দৰ্যৰ বাবে ৰোপণ কৰা উদ্ভিদবোৰ কেতিয়াবা ক্ষতিকাৰক হৈয়ো উঠিব পাৰে। আজি আমাৰ এই আলোচনাত এনে এবিধ ঘৰৰ ভিতৰত অৰ্থাত টাবত ৰুৱ পৰা এবিধ উদ্ধিদৰ বিষয়ে জনাম যি এয়াৰ পিউৰিফায়াৰৰ দৰে কাম কৰে।

Spider  Plant
Spider Plant

ঘৰৰ ভিতৰত ৰোপণ কৰিব পৰা এই Spider plant নামৰ এই উদ্ধিদবিধে বায়ুত থকা টলুইন, কাৰ্বন মনোক্সাইড, জাইলিন, ফৰ্মেলডিহাইডৰ দৰে বিপদজনক ৰাসায়নিক পদাৰ্থ  আঁতৰ কৰাত সহায় কৰে। ই দেখাত খুব আধুনিক। লগতে স্বাস্থ্য সন্মত। বিশেষজ্ঞসকলে বিশ্বাস কৰে যে Spider plant নামৰ এই উদ্ধিদবিধে চাপ বৃদ্ধি সহায়ক।

ঘৰত Spider plant থাকিলে কৰ্টিচোলৰ হৰমন হ্ৰাস হয়। যি এজন ব্যক্তিক চাপ আৰু হতাশাৰ পৰা সকাহ দিয়াত সহায় কৰে। ইয়াৰ বাহিৰেও, ৰক্তচাপ, হৃদৰোগ আৰু Spider plant ৰোগীৰ কোঠাত ৰাখিলে ৰোগীক সহায় কৰে। স্পাইডাৰ প্লান্ট আপুনি যিকোনো ধৰণৰ টাবত ৰোপণ কৰিব পাৰে। তদুপৰি এই উদ্ভিদৰ প্ৰয়োজন নহয় বৰ বেছি যত্নও।

লগতে পঢ়ক- অসমৰ হাবি-বনত পোৱা কেইবিধমান বনৌষধিৰ গুৰুত্ব!

English Summary: Spider Plant

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.