বতৰ আধাৰিত শস্য বীমা যোজনা
(অসম চৰকাৰৰ দ্বাৰা অনুমোদিত)খাৰিফ ২০১৪
বৰষুণ আৰু খৰাঙৰ ফলত ঘটিব পৰা লোকচানৰ পৰা শস্যৰ সুৰক্ষা।
অনুমোদিত শস্য : শালি ধান, মৰাপাট, মাটিমাহ, মগুমাহ, আদা, হালধি, ভেণ্ডি।
অধিসূচিত জিলা : বৰপেটা, লখিমপুৰ, ডিমা হাচাও, (উত্তৰ কাছাৰ পাহাৰ)
যোগ্যতা : উপৰোক্ত জিলা কেইখনৰ সকলো কৃষক যি অনুমোদিত শস্য কেইবিধৰ খেতি কৰে, তেওঁলোকে এই আঁচনিৰ সুবিধা ল’ব পাৰিব।
প্ৰিমিয়ামৰ তালিকা
জিলা |
শস্য |
মুঠ প্ৰিমিয়ামৰ হাৰ (শতাংশ) |
বীমাকৃত ধনৰাশি (টকাত) প্ৰতি হেক্টৰ |
মুঠ প্ৰিমিয়াম (টকাত) প্ৰতি হেক্টৰ |
ৰাজ্য চৰকাৰৰ অংশ প্ৰিমিয়াম (টকাত) |
কৃষকৰ অংশ প্ৰিমিয়াম (টকাত) |
বৰপেটা |
শালিধান |
১০ |
৬০৮২৫ |
৬০৮২.৫ |
১৫২০.৬ |
৩০৪১.৩ |
|
মৰাপাট |
১২ |
৫৬৮৮৪ |
৬৮২৬.১ |
১৭০৬.৫ |
৩৪১৩ |
|
মাটিমাহ, মগুমাহ |
১০ |
২৩৩৯৩ |
২৩৩৯.৩ |
৫৮৪.৮ |
১১৬৯.৭ |
|
আদা |
১২ |
১১২২৮৩ |
১৩৪৭৪.০ |
৩৩৬৮.৫ |
৬৭৩৭ |
|
হালধি |
১২ |
১৬৬২৪৭ |
১৯৯৪৯.৬ |
৪৯৮৭.৪ |
৯৯৭৪.৮ |
|
ভেণ্ডি |
১২ |
৭৬০৯৫ |
৯১৩১.৪ |
২২৮২.৯ |
৪৫৬৫.৭ |
লক্ষীমপুৰ |
শালিধান |
১০ |
৬০৮২৫ |
৬০৮২.৫ |
১৫২০.৬ |
৩০৪১.৩ |
|
মৰাপাট |
১২ |
৫৬৮৮৪ |
৬৮২৬.১ |
১৭০৬.৫ |
৩৪১৩ |
|
মাটিমাহ, মগুমাহ |
১০ |
২৩৩৯৩ |
২৩৩৯.৩ |
৫৮৪.৮ |
১১৬৯.৭ |
|
আদা |
১২ |
১১২২৮৩ |
১৩৪৭৪.০ |
৩৩৬৮.৫ |
৬৭৩৭ |
|
হালধি |
১২ |
১৬৬২৪৭ |
১৯৯৪৯.৬ |
৪৯৮৭.৪ |
৯৯৭৪.৮ |
ডিমা হাচাও (উত্তৰ কাছাৰ পাহাৰ) |
শালিধান |
১০ |
৬০৮২৫ |
৬০৮২.৫ |
১৫২০.৬ |
৩০৪১.৩ |
|
হালধি |
১২ |
১৬৬২৪৭ |
১৯৯৪৯.৬ |
৪৯৮৭.৪ |
৯৯৭৪.৮ |
অঋণী কৃষকে বীমা কৰাৰ বাবে শেহতীয়া খাজানাৰ হিচাপৰ প্ৰতিলিপি, পৰিচয় পত্ৰ আৰু বেংক একাউন্টৰ পাছবুকৰ প্ৰতিলিপি জমা কৰা অনিবাৰ্য্য।
দাবীৰ নিয়ম: অসম চৰকাৰৰ দ্বাৰা অনুমোদিত স্বয়ংচালিত বতৰবিজ্ঞান কেন্দ্ৰৰ পৰিসংখ্যাৰ ভিত্তিত দাবীৰ হিচাপ কৰা কৰা হয়। দাবীৰ ধন কৃষকৰ বেংক একাউন্টত পৰিশোধ কৰা হ’ব।
উৎস: অসম চৰকাৰ
Share your comments