Prawn Farming : ব্যৱসায়িক ভিত্তিত মিছামাছ পালন আৰু ইয়াৰ লাভালাভ বহনক্ষম কৃষি পদ্ধতি! ই কেনেকৈ আমাৰ পৰৱৰ্তী প্ৰজন্মক সুৰক্ষিত কৰিব! Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 3 December, 2021 12:20 PM IST

       মেক্ৰোমেনেজমেন্ট মোড অৱ এগ্ৰিকালচাৰ নামৰ এখন আঁচনিৰ জৰিয়তে কৃষকলৈ পাৱাৰ যোগানৰ সুবিধা ৰখা হৈছে। কিন্তু বাস্তৱ ক্ষেত্ৰত দেখা গৈছে যে, পাৱাৰ ৰিপাৰ ক্ৰয় কৰাৰ ক্ষেত্ৰত আমাৰ কৃষকসকল বৰ আগ্ৰহী নহয়। অৱশ্যে ইয়াৰ কাৰণো নথকা নহয়। আমাৰ অধিকাংশ কৃষকেই ক্ষুদ্ৰ আৰু উপান্ত শ্ৰেণীৰ। এইসকল কৃষকৰ কৃষিভূমিৰ পৰিমাণ কম আৰু যথেষ্ট খণ্ডিত বাবে ধান কটাৰ ক্ষেত্ৰত পাৱাৰ ৰিপাৰ এই শ্ৰেণীৰ কৃষকৰ বাবে লাভজনক হৈ নুঠে।

যিয়েই হওক, মেক্ৰোমেনেজমেন্ট আঁচনিৰ অধীনত কৃষকসকলে ৪০,০০০,০০ টকা ৰাজসাহাৰ্য্য লাভ কৰি পাৱাৰ ৰিপাৰ ক্ৰয় কৰাৰ সুবিধা আছে। ইয়াৰ বাবে সংশ্লিষ্ট জিলাৰ কাৰ্য্যবাহী কৃষি অভিযন্তাক লগ ধৰক।

                                                                                        উৎস: কৃষি বিভাগ, অসম

English Summary: Scheme for the Power reaper KR120 machine
Published on: 28 June 2019, 04:14 IST