আচঁনিৰ বিষয়ে
- কৃষি মন্ত্রনালয়, ভাৰত চৰকাৰ, নাৱাৰ্ড আৰু মেনেজৰ সৈতে এটা সুকীয়া আচঁনি গ্রহন কৰিছে যাতে ভাৰতৰ প্রতিটো খেতিয়কক আৰো ভালকৈ খেতিবাতিত সহায় কৰিব পৰা যায়। কৃষি ক্ষেত্রত ডিগ্রীধাৰী খেতিয়ক সকলকলৈ আন আন বিষয় বিলাকক সাৱটি লৈছে যাক লৈ উন্নতি সাধন কৰা যাব। আপুনি এজন নতুন ডিগ্রী ধাৰীয়েই হওঁক বা নহওঁক, বর্তমানে কোনো ঠাইত কাম কৰি আছে নে নাই বা আপুনি নিজাকৈ এখন কৃষি বিষয়ক চিকিৎসালয় বা কৃষি ব্যৱসায় কেন্দ্র স্থাপন কৰি আন আন ব্যৱসায়িক দৃষ্টিভংগী পৰিষেবা দিয়া হয় অংখ্য খেতিয়কক সহায়তা দিবগৈ পাৰে।
 - এই আচঁনিৰ প্রতি প্রতিজ্ঞাবদ্ধ হোৱা, কৃষি ক্ষেত্রত ডিগ্রীপ্রাপ্ত সকলক বর্তমানে চৰকাৰে আৰম্ভনিৰ প্রশিক্ষন দিছে বা অন্য যিকোনো বিষয়ত যেনে কৃষিৰ দৰে ফুলৰ বাগিচা, ৰেচম, পশু বিজ্ঞান, বননি, গাখীৰ, কুকুৰা পালন আৰু মীনক্ষেত্র ইত্যাদি। যিসকলে এই প্রশিক্ষণটো ইতিমধ্যে লৈছে তেওঁলোকে উক্ত উদ্যোগটো আৰম্ভ কৰিবৰ বাবে দর্খাস্থ কৰিব পাৰে।
 
English Summary:  Agri- Clinics and Agri- Business Center Scheme
                Published on: 14 May 2019, 05:48 IST