Krishi Jagran Assam
Menu Close Menu

পোৱালী জগোৱা এক যন্ত্ৰ

Tuesday, 11 December 2018 04:41 PM

হাহঁ, মূৰ্গী, কুৱেইল, ইমু, টাৰ্কি আদিৰ কণীৰ পৰা কৃত্ৰিমভাৱে পোৱালী জগাব পৰা এক বিশেষ ধৰণৰ যন্ত্ৰ 

এই যন্ত্ৰটোৰ বিশেষত্ব হ’ল---

১) বজাৰত পোৱা আন ইনকুৱেটৰৰ তুলনাত ইয়াৰ দাম কম।

২) ইয়াক সহজে যি কোনো লোকে পৰিচালনা কৰিব পাৰে।

৩) এই যন্ত্ৰটোৰ আন এটা গুৰুত্বপুৰ্ণ দিশ হ'ল- ইয়াক বিদ্যুৎ শক্তিৰ উপৰিও কেৰাচিন তেল বা সৌৰশক্তিৰ দ্বাৰা চলাব পাৰি।

এই যন্ত্ৰটো উত্তৰ-পূৰ্বাঞ্চলৰ তাপ,  চাপ আৰু আৰ্দ্ৰতাৰ ওপৰত অধ্যয়ন আৰু গৱেষনা কৰি প্ৰস্তুত কৰা হৈছে -যাৰ ফলত এই যন্ত্ৰৰ সফলতাৰ শতাংশ হাৰ বহু বেছি।

Eggs Incubator

Share your comments

Krishi Jagran Assamese Magazine Subscription Online Subscription

CopyRight - 2019 Krishi Jagran Media Group. All Rights Reserved.