1. কৃষি সঁজুলি

পোৱালী জগোৱা এক যন্ত্ৰ

KJ Staff
KJ Staff

হাহঁ, মূৰ্গী, কুৱেইল, ইমু, টাৰ্কি আদিৰ কণীৰ পৰা কৃত্ৰিমভাৱে পোৱালী জগাব পৰা এক বিশেষ ধৰণৰ যন্ত্ৰ 

Eggs Incubator
Eggs Incubator

এই যন্ত্ৰটোৰ বিশেষত্ব হ’ল---

১) বজাৰত পোৱা আন ইনকুৱেটৰৰ তুলনাত ইয়াৰ দাম কম।

২) ইয়াক সহজে যি কোনো লোকে পৰিচালনা কৰিব পাৰে।

৩) এই যন্ত্ৰটোৰ আন এটা গুৰুত্বপুৰ্ণ দিশ হ'ল- ইয়াক বিদ্যুৎ শক্তিৰ উপৰিও কেৰাচিন তেল বা সৌৰশক্তিৰ দ্বাৰা চলাব পাৰি।

এই যন্ত্ৰটো উত্তৰ-পূৰ্বাঞ্চলৰ তাপ,  চাপ আৰু আৰ্দ্ৰতাৰ ওপৰত অধ্যয়ন আৰু গৱেষনা কৰি প্ৰস্তুত কৰা হৈছে -যাৰ ফলত এই যন্ত্ৰৰ সফলতাৰ শতাংশ হাৰ বহু বেছি।

English Summary: Eggs Incubator

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.