
আপুনি পুৰণা টেক্টৰ কিনিব বিচাৰে নেকি! হালবোৱা, পথাৰৰ পৰা শস্য কঢ়িওৱা কামত ব্যৱহাৰ বাবে। আচলতে নতুন টেক্টৰ এখন কিনাটোৱেই এজন কৃষকৰ বাবে ভাল কথা। কাৰণ পুৰণা টেক্টৰ এখন লৈ ল’লে সঘনাই বেয়া হোৱাৰ লগতে ঠগ খোৱাৰ সম্ভাৱনা থাকে।
কিন্তু এখন নতুন টেক্টৰ কিনাতো বহু কৃষকৰ বাবে সম্ভৱ হৈ নুঠে। পইচাৰ অভাৱৰ বাবেই বহু কৃষকে ভয়-শংকা লৈ পুৰণা টেক্টৰ এখন কিনিব বিচাৰে। অৱশ্যে পুৰণা মানেই বেয়া হ’ব নোৱাৰে।
লগতে পঢ়ক-
এই কৃষক মহিলাসকলক আদৰ্শ হিচাপে ল'বলৈ ৰাজ্যৰ মহিলাসকলক আহ্বান

যিসকল কৃষকৰ নতুন টেক্টৰ কিনাৰ সামৰ্থ নাই বা পুৰণা টেক্টৰ এখন কিনাৰ বাবে ভাবিছে তেওঁলোকৰ বাবে লৈ আহিছো পুৰণা টেক্টৰ কিনাৰ সুযোগ। যিসকলে পুৰণা টেক্টৰ কিনাৰ কথা ভাৱিছে তেওঁলোকে বঙাইগাঁওৰ J Uddin Ahamed ৰ লগত যোগাযোগ কৰিব পাৰে। তেওঁৰ ফোন নাম্বাৰ 7002920923। তেওঁৰ ওচৰত যিকোনোধৰণৰ পুৰণা টেক্টৰ উপলব্ধ।


আগ্ৰহীসকলে তেওঁৰ লগতে যোগাযোগ কৰিব। আগতীয়াকৈ পইচা নিদিব। টেক্টৰখনৰ সকলো কন্দিশ্যন লক্ষ্য কৰিব। লগতে টেক্টৰখন চাবলৈ যাওঁতে টেক্টৰ সন্দৰ্ভত জ্ঞান থকা এজন ব্যক্তিক লগত লৈ যাব।
লগতে পঢ়ক-
Share your comments