1. এগ্ৰিপেডিয়া

বিজ্ঞানসন্মত পদ্ধতিৰে গাজৰ খেতি

PANKAJ KHANIKAR
PANKAJ KHANIKAR
CARROT CULTIVATION
CARROT CULTIVATION

পৰিচর্যা

পুলি গজাৰ ১০-১৫ দিনৰ মূৰত দুটা পুলিৰ মাজত ১০ চে: মি: ব্যৱধানত ৰাখি বাকি থকা পুলিবোৰ উভালি পেলাব লাগে যাতে পুলিবোৰৰ শিপাবোৰ ভালকৈ বাঢ়িব পাৰে৷ বীজ সিঁচাৰ এমাহৰ পিচত বাকি থকা নাইট্ৰোজেন সাৰ, শুকান গোবৰ বা পচন সাৰৰ লগত মিহলাই মাটিত প্ৰয়াগ কৰিব লাগে৷ সময়ে সময়ে অলাগতীয়াল বন-বাতবোৰ আঁতৰাই পেলাব লাগে৷

লগতে পঢ়ক- বৰষুণৰ পৰিমাণ কমাৰ লগে লগে কৰিব পৰা কিছুমান খেতি

শস্যৰক্ষা

গুৰিকটা পোকে গছডৰা আক্ৰমণ কৰিলে মালাথিয়ন ৫% পাউদাৰ ছটিয়াই দিব লাগে৷ মাটিডৰাত নিমাটোডৰ সমস্যা থাকিলে গুটি সিঁচাৰ আগতে ফুৰাডনৰ দানা ২ গ্ৰাম প্ৰতি বৰ্গ মিটাৰ মাটিত মিহলাই লব লাগে নতুবা মাটি চহাওঁতে নিমৰ খলিহৈ প্ৰয়োগ কৰিব লাগে৷ গাজৰৰ পাতবোৰ গেলি যোৱা দেখিলে ইনন্দোফিল এম-৪৫ নামৰ ঔষধ আধা লিটাৰ পানীৰ লগত মিহলাই স্প্ৰে কৰিব লাগে৷ জাত অনুসৰি ৯০-১০০ দিনত গাজৰ উভালি খাব পৰা হয়৷

উন্নত সঁচ

১) নানঠেজ : মধ্যমীয়া দৈর্ঘ্যৰ , কমলাৰঙৰ , ঘূৰণীয়া , স্বাদত মিঠা ,১১০ -১২০ দিনত পূৰঠ হোৱা।

২) পুচা কেশৰ : পাতবোৰ মধ্য আকৃতিৰ , ৰঙা ৰঙৰ দীঘল , ৯৫ -১১০ দিনৰ পূৰঠ হোৱা ।

৩) চাটনি : ১১.৫ -১৫ চে: মিটাৰ দীঘল , ৩-৫ চে:মিটাৰ ব্যাসার্দ্ধৰ , গাঢ় কমলা ৰঙৰ ।

উৎস- KHEYGYAN অসমীয়া ফেচবুক পেজ

লগতে পঢ়ক- 

কেপচিকাম খেতিৰ A to Z

English Summary: CARROT CULTIVATION

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.