Animal Husbandry

Animal husbandry is the branch of agriculture that deals with the breeding, rearing, and management of animals for the production of milk, meat, eggs, wool, and other animal products. Animal husbandry is an important aspect of agriculture and plays a vital role in the economy of many countries.

  • Rainbow Rooster : ৰেইনবো ৰুষ্টাৰ কুকুৰা পালন লাভান্বিত হৈছে নলবাৰীৰ কুকুৰা পালক

    শেহতীয়াকৈ দেশৰ দক্ষিণাত্যৰ ৰাজ্যকেইখনৰ লগতে অসমতো ৰেইনবো ৰুষ্টাৰ নামৰ কুকুৰাৰ নতুন জাতটোৰ পালন কৰিবলৈ লৈছে অসমৰ কুকুৰা পালকসকলে। ৰেইনবো ৰুষ্টাৰ জাতৰ কুকুৰা, মাংস আৰু কণী উভয়ৰে বাবে উপযোগী। এই জাতৰ কুকুৰাই বছৰত ১৮০-২০০ কণী দিবলৈ সক্ষম। কণীৰ ৰঙ ৰঙচুৱা। কণীৰ গড় ওজন ৫৫-৭০ গ্ৰাম। মতা…

  • ২৬ নৱেম্বৰত খানাপাৰত ভাৰত চৰকাৰৰ উদ্যোগত 'ৰাষ্ট্ৰীয় দুগ্ধ দিৱস' উদযাপন

    খানাপাৰত ২৬ নৱেম্বৰত ভাৰত চৰকাৰৰ দুগ্ধ মন্ত্ৰালয়ৰ উদ্যোগত অসমত 'ৰাষ্ট্ৰীয় দুগ্ধ দিৱস' উদযাপনৰ প্ৰস্তুতি চলিছে। দেশত দুগ্ধ উৎপাদন বৃদ্ধিৰ ভিজন ত্বৰান্বিত কৰা তথা গাখীৰৰ স্বাস্থ্যসন্মত উপকাৰিতা আৰু পুষ্টিকৰ গুণসমূহৰ বিষয়ে জনসাধাৰণক অৱগত কৰিবলৈ প্ৰতি বছৰে ২৬ নৱেম্বৰ তাৰিখে "ৰাষ্ট্ৰীয় দুগ্ধ দিৱস" উদযাপন কৰি অহা হৈছে।…

  • Karan fries cow Price & Benefit : কৰণ ফ্ৰাই বৈশিষ্ট্য আৰু দাম জানো আহঁক

    হ’লষ্টেইন ফ্ৰিজিয়ান ষাঁড়ৰ লগত হাৰিয়ানাত পোৱা থাৰপাকাৰ প্ৰজাতিৰ গাইৰ কৃত্ৰিম প্ৰজনন ঘটাই কৰন ফ্ৰাই প্ৰজাতিটো পোৱা হৈছে। গাখীৰ উৎপাদন কম যদিও গৰম আৰু সেমেকা জলবায়ুত তিষ্ঠি থাকিব পাৰে বাবে থাৰপাকাৰ প্ৰজাতিটো ভাল মূল্যায়ন কৰা হয়।…

  • আপুনি পুহিব বিচৰা ছাগলীবোৰ কেনেদৰে নিৰ্বাচন কৰিব! জানিবলৈ পঢ়ক এই প্ৰবন্ধ

    ছাগলী পুহিবলৈ অধিক মূলধনৰ প্ৰয়োজন নহয় ৷ আন ঘৰচীয়া জন্তুতকৈ কম কষ্ট আৰু কম খৰচতেই ছাগলী পালন কৰিব পাৰি৷ সৰু শাৰীৰিক গঠন আৰু শান্ত স্বভাবৰ বাবে পৰিয়ালৰ যি কোনো মানুহে সহজেই ৮-১০ জনী চোৱা মেলা কৰিব পাৰি ৷ লগতে হজম শক্তি প্ৰচুৰ হোৱা বাবে ছাগলীয়ে…

  • Home Making Animal Feed : গৰু-ম’হৰ খাদ্য হিচাপে খেৰ আৰু ইউৰিয়া

    ধান খেৰ অসমত গৰু-ম’হৰ খাদ্য হিচাপে ধান খেৰ ব্যৱহাৰ কৰাটো এক সাতাম পুৰুষীয়া কথা। সমগ্র দক্ষিণ-পশ্চিম এছিয়াতে বিভিন্ন শস্যৰ খেৰ গৰু-ম’হৰ বাবে ব্যৱহাৰ কৰা হয়। লাহে লাহে ধান খেৰৰ জনপ্রিয়তা বৃদ্ধি পাইছে— কিয়নো খেৰৰ তুলনাত অন্যান্য গো-খাদ্যৰ মূল্য দ্রুত গতিত বুদ্ধি পাই আহিছে। সেয়েহে ধানখেৰক…

  • বিলুপ্তিৰ পথত বিশ্বৰ আটাইতকৈ সৰু প্ৰজাতিৰ গৰু

    গৰুৰ এটা বিশেষ প্ৰজাতি হৈছে পুঙ্গানুৰ। যাক পৃথিৱীৰ আটাইতকৈ সৰু গৰু বুলি জনা যায়। প্ৰকৃততে, এতিয়া এই গৰুটো লাহে লাহে পৃথিৱীৰপৰা বিলুপ্ত হৈ আহিছে।…

  • কেনেকৈ প্ৰতিৰোধ কৰিব মৌ-মাখিৰ জাক উৰোৱা প্ৰতিৰোধ ? পঢ়ক এই প্ৰবন্ধ

    জাক উৰোৱা মৌ-মাখিৰ সহজাত প্রবৃত্তি। এবাহ সবল মৌ-মাখিৰ বাহৰ পৰা ৪/৫ জাকলৈকে জাক উৰোৱা দেখা যায়। এনে জাক উৰোৱা প্রবৃত্তি সচৰাচৰ ভাৰতীয় সঁচৰ মৌমাখিত বেছিকৈ দেখা যায়। অন্যহাতে পশ্চিমীয়া সঁচৰ মৌ-মাখি ভাৰতীয় সঁচৰ মৌ-মাখিৰ তুলনাত জাক উৰোৱা প্রবৃত্তি কম।…

  • Organic silk : অসমৰ জৈৱিক মুগা ৰেচমৰ সম্ভাৱনা আৰু প্ৰয়োগিক দিশসমূহ

    জৈৱিক ৰেচম হৈছে ৰেচম উদ্যোগৰ শেহতীয়া জনপ্ৰিয় এক ধাৰা। জৈৱিক কৃষি ব্যৱস্থাৰ জৰিয়তে উৎপাদিত ৰেচমক জৈৱিক ৰেচম বুলি কোৱা হয়। ৰাসায়নিক কীটনাশক অথবা ৰাসায়নিক সাৰ আদি ব্যৱহাৰ নকৰাকৈ জৈৱিক ৰেচম সৃষ্টি কৰা হয়। জৈৱিক ৰেচম প্ৰায়ে থলুৱা লোকৰ দ্বাৰা উৎপাদিত হয় আৰু আটাইতকৈ বিশুদ্ধ ৰেচম…

  • দুগ্ধ উৎপাদন ব্যৱসায় কৰিব বিছাৰে? বাচনি কৰক সঠিক প্ৰজাতিৰ গো-ধন

    বহুতো গৰুৰ প্ৰজাতি আছে যিবোৰ তেওঁলোকৰ গাখীৰ উৎপাদনৰ বাবে জনাজাত। কিন্তু গাখীৰ উৎপাদনৰ বাবে সৰ্বশ্ৰেষ্ঠ প্ৰজাতি বিভিন্ন কাৰকৰ ওপৰত নিৰ্ভৰ কৰে যেনে জলবায়ু, খাদ্য আৰু সম্পদৰ উপলব্ধতা, আৰু গাখীৰ আৰু গাখীৰ সামগ্ৰীৰ বজাৰৰ চাহিদা।…

  • এই পৰ্যন্ত ওলোৱা নাই লাম্পিৰ কোনো ভেকচিন! গো-পালকসকলে গ্ৰহণ কৰক এইসমূহ প্ৰতিৰোধমূলক ব্যৱস্থা

    লাম্পি (Lumpy) ৰোগ হৈছে এক ভাইৰেল ৰোগ যি গৰুক প্ৰভাৱিত কৰে। 'কেপ্ৰিপ'ক্স' নামৰ এবিধ ভাইৰাছ এই ৰোগৰ কাৰক। মহ আৰু দাহৰ দৰে পোক-পতংগ কামোৰাৰ দ্বাৰা সংক্ৰমিত হয় এইবিধ ৰোগ। সাম্প্ৰতিক সময়ত ৰাজ্যৰ বিভিন্ন ঠাইৰ গো-ধনৰ মাজত লাম্পি নামৰ এবিধ চৰ্মৰোগ (Lumpy Skin Disease) ৰ প্ৰাদূৰ্ভাৱ…

  • নগাঁৱত লাম্পিৰ ভয়াৱহ ৰূপ, মৃত্যুমুখত পৰিছে অধিকাংশ আক্ৰান্ত গৰুৱেই

    নগাঁৱত কালৰূপ লৈছে মাৰাত্মক লাম্পি ৰোগে । জিলাখনৰ বিভিন্ন অঞ্চলত লাম্পি ৰোগত আক্ৰান্ত হৈছে পোহনীয়া গৰু। ৰহা, বৰদোৱা, ননৈ, কামপুৰ, কঠীয়াতলি, ৰূপহী, চামগুৰি জুৰীয়াৰ বেছিভাগ অঞ্চলতে বহু গৰু এই ৰোগত আক্ৰান্ত হৈ পৰিছে। গোপালকসকলে জানিবলৈ দিয়া মতে, প্ৰথমে গৰুৰ গোটেই গাত ফোহা সদৃশ টেমুনাৰ সৃষ্টি…

  • Papaya and Banana Leaf: পশুধনৰ ছুপাৰ ফুড হিচাপে কলপাত আৰু অমিতাৰ পাত

    সহজতে পোৱা কলপাত আৰু অমিতা পাতে পশুক পুষ্টি প্ৰদান কৰাই নহয়, বিভিন্ন ৰোগ উপশম কৰাতো সহায় কৰে। কেৱল সেয়াই নহয় মানুহৰ বিভিন্ন স্বাস্থ্যজনিত ৰোগৰ ক্ষেত্ৰত কল আৰু অমিতাৰ পাতৰ ব্যৱহাৰে সুফল প্ৰদান কৰিব পাৰে। ক…

  • ব্যৱসায়িক ভিত্তিত শহা পহু কেনেদৰে পালন কৰিব? জানিবলৈ পঢ়ক এই প্ৰবন্ধ

    শহা পহু, এবিধ অতি শান্ত প্ৰকৃতিৰ পোহনীয়া জন্তু। পৃথিৱীত অতীতৰে পৰাই মানুহে শহা পহু পালন কৰি আহিছে। শহা পহু সাধাৰণতে সঙ্গী প্ৰাণী হিচাপে পালন কৰে। কিন্তু ইয়াৰ ব্যৱহাৰিক উপযোগিতাও আছে। সেই কাৰণে সমগ্ৰ পৃথিৱীতে শহা পহু ব্যৱসায়িক ভিত্তিত পালন আৰু উৎপাদন কৰা হয়।…

  • মাত্ৰ ১/২ বিঘাৰ পৰা ৩ বিঘাৰ পুখুৰী হ'লেই যথেষ্ট! মুকুতা খেতি কৰি বছৰত কৰিব পাৰে লাখ টকা উপাৰ্জন

    বৰ্তমান আমাৰ ৰাজ্য খনে মাছ উৎপাদনত উল্লেখযোগ্য ভাৱে সফলতা লাভ কৰিছে। ৰাজ্য খনে ২০২১-২২ বৰ্ষত ৪.১৭ লাখ মেট্ৰিক টন মাছ উৎপাদন কৰিছে যিটো আগৰ বছৰৰ তুলনাত প্ৰায় ২০ হাজাৰ মেট্ৰিক টন বেছি। এই সাফল্যৰ অন্তৰালত নিহিত হৈ আছে আমাৰ মীন পালক সকলৰ অশেষ পৰিশ্ৰম। মীন…

  • মাছৰ পোনা মেলা পূৰ্বে পুখুৰীৰ প্ৰস্তুতি সন্দৰ্ভত অসম গৌৰৱ দেৱজিত বৰ্মনৰ দিহা

    প্ৰথমতে পুখূৰীটো সিঁচি তলিৰ বোকাখিনি উঠাই দিব লাগে।বিশেষ গুৰুত্ব দিবলগীয়া কথা পুখুৰীৰ পাৰবোৰত যাতে কোনো ধৰণৰ গাঁত নাথাকে আৰু তলিখন যাতে সমান হয়। তাৰ পিছত প্ৰয়োজন সাপেক্ষে হাল বাই দিব লাগে। তাৰ পিছত চুন গুৰি কৰি ১৮ কেজি প্ৰতি বিঘাত ( পাৰত গছ-গছণি বেছি থাকিলে…

  • INTEGRATED FARMING: কৃষি আৰু পশুধনৰ লগত সমন্বিত মীনপালন কৌশল

    মীন পালনক কোৱা হয় সূর্যোদয় খণ্ড। কৃষিখণ্ডৰ অন্তৰ্গত সকলো কাম কাজতকৈ ইয়াত তুলনামূলকভাবে কম মূলধন বিনিয়োগৰে অধিক লাভ পাব পাৰি। তেনে এক পটভূমিত সমন্বিত মীনপালন কৌশল অতি লাভজনক আৰু ফলপ্রসু ব্যবস্থা। ক্রমবর্ধমান জনসংখ্যা বৃদ্ধি, নগৰীকৰণ, উদ্যোগীকৰণ, কৃষিভূমিৰ অৱক্ষয়, প্রাকৃতিক দুর্যোগ আদিব বাবে দ্রুত গতিত জনমুৰি…

  • Artificial Insemination: কৃত্ৰিম গৰ্ভধাৰণৰ লাভালাভ আৰু ইয়াৰ সীমাবদ্ধতা

    জীৱ-জন্তুৰ কৃত্ৰিম গৰ্ভধাৰণ (Artificial Insemination) হৈছে এক পদ্ধতি য'ত এটা স্বাস্থ্যৱান মতা জন্তুৰ বীৰ্য কৃত্ৰিমভাৱে গৰুৰ গৰ্ভত স্থাপন কৰা হয়। বীৰ্য বিভিন্ন কাৰ্যৰ জৰিয়তে সঞ্চিত কৰি বহু বছৰ ধৰি তৰল নাইট্ৰজেনত সংৰক্ষণ কৰিব পাৰি। এই জমা হোৱা বীৰ্য মাইকী পশুধনৰ ৰাখি গৰ্ভধাৰণ কৰা হয়। গৰ্ভধাৰণৰ…

  • পশুধনক কুকুৰে কামুৰিলে ল’ব লগা বিধান

    আজিকালি গাৱে ভূৱে বলিকুকুৰেই হওঁক বা ঘৰচীয়া ভাল কুকুৰে চৰণীয়া পথাৰত গৰু ছাগলীক কামুৰি গৰু ছাগলীক কামুৰি আহত কৰা বা নিহত কৰাৰ সংখ্যা অনেক। গতিকে কুকুৰে কামুৰিলে নিম্নোক্ত চিকিৎসা বা প্ৰতিবিধান লোৱাটো অত্যন্ত দৰকাৰ। কিয়নো সুষ্ঠ অথবা বলিয়া কুকুৰৰ দুয়ো শ্ৰেণীয়ে জলাতংক (ৰেবিচ্ ভাইৰাচ যুক্ত)…

  • দুগ্ধ উৎপাদন বৃদ্ধি কৰিবলৈ গৰু আৰু ম'হক খুৱাওক এইবিধ ঘাঁহ

    জীৱ-জন্তুৰ দুগ্ধ উৎপাদনৰ বাবে সেউজীয়া ঘাঁহ সৰ্বশ্ৰেষ্ঠ বুলি গণ্য কৰা হয় কিয়নো ইয়াত সকলো ধৰণৰ পুষ্টিকৰ গুণ আছে। ইয়াৰ ভিতৰত সৰ্বশ্ৰেষ্ঠটো নেপিয়াৰ ঘাঁহ বুলি গণ্য কৰা হয়, যি জন্তুক খুৱাই গাখীৰ উৎপাদন কেইবা শতাংশ বৃদ্ধি কৰিব পৰা যায়।…

  • Cow monitor system: এতিয়া ঘৰতে বহি পথাৰত চৰাব পাৰিব গৰু

    আজিৰ আধুনিক যুগত সকলো কাম প্ৰযুক্তিৰ সহায়ত কৰা হয়। কিছুমান গেজেট আহিছে, যি কেইমুহূৰ্তমানৰ ভিতৰতে বহু ঘণ্টাৰ কাম সম্পূৰ্ণ কৰিব পাৰে। নতুন প্ৰযুক্তিয়ে চহৰৰ পৰা গাঁৱলৈকে প্ৰায় প্ৰতিটো কাম সহজ কৰি তুলিছে। কৃষিকৰ্মকো বহুগুণে বেছি সুবিধাজনক কৰি তুলিছে।…

  • মুকলি হ’ব পাৰে আপোনাৰো ভাগ্য! পালন কৰক এইসমূহ কুকুৰাৰ জাত

    হাঁহ কুকুৰা ব্যৱসাৰ বাবে চৰকাৰে ৰাজসাহায্যও প্ৰদান কৰে। এইকাৰণেই আজিকালি কৃষকসকলে দূৰৱৰ্তী গ্ৰামীন অঞ্চলতো ভাল লাভৰ বাবে খেতি কৰাৰ উপৰিও কুকুৰা পালনৰ ব্যৱসায় আৰম্ভ কৰিছে। অৱশ্যে, বহুসময়ত কৃষকসকলে তেওঁলোকৰ কুকুৰা ফাৰ্মৰ বাবে সঠিক প্ৰকাৰৰ কুকুৰা বাছনি কৰিব নোৱাৰে আৰু ইয়াক হেৰুৱাব পাৰে, যাৰ বাবে তেওঁলোকে…

  • Beetal goat : ৩ টা বীটল ছাগলী পুহিয়েই বছৰি ১ লাখ টকা উপাৰ্জন কৰক

    বীটল এটা উন্নত জাতৰ ছাগলী হয়। পঞ্জাৱ আৰু হাৰিয়ানা এই উন্নত জাতসমূহৰ জন্মভূমি। সম্প্ৰতি ভাৰতৰ বিভিন্ন ৰাজ্যত এই ছাগলী পালন কৰা হয় হয়। কাৰণ ই সকলো সকলো পৰিস্থিতিৰ জলবায়ুৰ লগত নিজক খাপ খোৱাই লব পাৰে আৰু আন ছাগলীতকৈ ইয়াক পালন কৰিলে পালকসকল অধিক লাভান্বিত হয়।…

  • তামুলপুৰত বৰ্ণ সংকৰ গো-পোৱালীৰ প্ৰদৰ্শনী আৰু সজাগতা সভা

    তামুলপুৰ মহকুমা পশুপালন আৰু পশুচিকিৎসা কাৰ্যলয়ৰ অন্তৰ্গত তামুলপুৰ খণ্ড পশুপালন আৰু পশু চিকিৎসালয়ৰ সহযোগত বালাবাৰীত আজি বৰ্ণ সংকৰ গো-পোৱালীৰ প্ৰদৰ্শন-সজাগতা সভ অনুষ্ঠিত হৈ যায়৷ দিনৰ এঘাৰ বজাত বৰ্ণ সংকৰ গো-পোৱালীৰ প্ৰদৰ্শনৰ শুভ উদ্বোধন কৰে স্থানীয় ভিচিডিচিৰ অধ্যক্ষ ডালিম বড়োৱে৷…

  • Ambulances for Cows : ৰাজ্যত আৰম্ভ হ’ব গৰুৰ বাবে এম্বুলেন্স সেৱা

    খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলাপথাৰ,ত অনুষ্ঠিত মেলাখন উদ্বোধন কৰি ভাষণত মন্ত্ৰীগৰাকীয়ে কয় যে পশুপালকৰ বাবে ১৮১খন ভ্ৰাম্যমাণ পশুচিকিৎসা বাহন সাজু কৰা হৈছে। শীঘ্ৰেই এই সেৱা আৰম্ভ হ'ব এই আৰম্ভ সেৱা। পশুধনৰ বাবে দিনটোৰ ২৪ ঘণ্টাই এই সেৱা উপলব্ধ হ’ব বাহনকেইখন। সেৱা প্ৰদানৰ বাবে ৩খন…

  • Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ

    মানুহৰ সমান্তৰালকৈ চীনত জীৱ-জন্তু আৰু চৰাইৰ ওপৰত বিভিন্ন বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষা আৰম্ভ হৈছে। শেহতীয়াকৈ চীনৰ বিজ্ঞানীসকলে দাবী কৰিছে যে ক্ল’নিঙৰ সহায়ত তেওঁলোকে ‘Super Cow’ অৰ্থাৎ ছুপাৰ গৰু সৃষ্টি কৰিছে। এটা গৰুৱে সাধাৰণ গৰুতকৈ বহুগুণ বেছি গাখীৰ দিব পাৰে, এই দাবী চীনৰ বিজ্ঞানীসকলৰ। বিজ্ঞানীসকলৰ মতে ছুপাৰ গাই…

  • দৈনিক ২৬.৫৯ লিটাৰ গাখীৰ উৎপাদন কৰি অভিলেখ গঢ়িলে এইজনী ম’হে

    দৈনিক ২৬.৫৯ লিটাৰ গাখীৰ উৎপাদন কৰি অন্ধ্ৰ প্ৰদেশৰ চাৰি বছৰীয়া মুৰা প্ৰজাতিৰ ম'হ এটাই গাখীৰ উৎপাদনৰ অভিলেখ ভংগ কৰিছে। মুথিয়ালা সত্যনাৰায়ণ নামৰ অন্ধ্ৰ প্ৰদেশৰ গাখীৰ ব্যৱসায়ীজন ড০ বি আৰ আম্বেদকাৰ কোনাসীমা জিলাৰ মান্দাপেটা চহৰৰ বাসিন্দা। আঠ বছৰ আগতে তেওঁ তেলেংগানাৰ নিজামাবাদত ম'হটো কিনিছিল।…

  • মীন পালকৰ বাবে চৰকাৰে ব্যয় কৰিব ৬ হাজাৰ কোটি টকা

    কেন্দ্ৰীয় বাজেট ২০২৩ এ মীন পালনৰ সৈতে জড়িত কৃষকসকলৰ বাবে ভাল খবৰ আনিছে। বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে সাধাৰণ বাজেট উপস্থাপন কৰি কয় যে কৃষকসকলক পশুপালন আৰু মীন পালনৰ প্ৰচাৰ কৰিবলৈ উৎসাহিত কৰা হ'ব। তেওঁ কয় যে প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনা ৬ হাজাৰ কোটি টকা ব্যয়েৰে…

  • Gir Gaai : এজনী গিৰ গাইৰ দাম কিমান, দৈনিক কিমান লিটাৰ গাখীৰ দিয়ে!

    ভাৰতৰ লগতে অসমতো শেহতীয়াকৈ জনপ্ৰিয় হৈ উঠিছে গুজৰাটৰ গিৰ গায়ে। অসম চৰকাৰৰ অধীনত গৰুখুঁটি বহুমুখী প্ৰকল্পৰ বাবে গুজৰাটৰ পৰা এই গীৰ গাইসমূহ অনাৰ পাছতে অসমৰো বহু গো-পালকে গিৰ গাই প্ৰতি আকৰ্ষিত হৈছে। ইয়াৰ মূলতে এই গীৰ গাই সমূহে অধিক পৰিমাণে গাখীৰ দিয়ে। লগতে এই গিৰ…

  • হাইড্ৰপনিক পদ্ধতিৰে ছাগলী পালন কৰি কিদৰে লাভান্বিত হ’ব আপুনি!

    বৰ্তমান ছাগলী পালন যথেষ্ঠ লাভজনক ব্যবসায় হিচাবে পৰিগনিত হৈছে।অসমৰ বহুকিজন নবীন হিতাধিকাৰী তথা উদ্যমী যুৱকে যথেষ্ঠ সুনাম অৰ্জন কৰিছে তথা লাভান্বিত হৈছে। তেখেতসকলে বাহিৰৰ ৰাজ্যৰ পৰা উন্নত মানৰ ছাগলী আনি স্থানীয় ছাগলীৰ সৈতে বৰ্নসংকৰ কৰি এক লাভজনক ব্যবসায়ৰূপে প্ৰতিষ্ঠা কৰিছে। এতিয়া মই যি পদ্ধতিৰ কথা…

  • Pig Farming at Home : ঘৰতে গাহৰি পালনৰ একেবাৰে কম খৰছি আৰ্হি

    বৰ্তমান অসমৰ পশুপালন খণ্ডটোৰ বাহিৰে কৃষি (আধাআধি), ব্যৱসায় বাণিজ্য আৰু উদ্যোগখণ্ডটো বহিৰাগতৰ হাতত। পশুপালন খণ্ডটো বৰ্তমানলৈ অসমীয়া মানুহৰ হাতত আছে। এই পশুপালন খণ্ডটোৰ মূল গাহৰি। কিন্তু এই গাহৰি ব্যৱসায়টো চৰকাৰৰ কিছুমান দূৰদৃষ্টিহীন সিদ্ধান্ত, আৰু বেমাৰৰ লগতে শংকৰ সংঘৰ প্ৰৰোচনাত বহিৰাগতৰ হাতলৈ যোৱাৰ উপক্ৰম হৈছে। আমাৰ…

  • Important Pig Breeds: এইকেইটা গাহৰি পালন কৰিলে লাভ কৰিব অধিক মুনাফা

    ভাৰতত গাহৰি পালন হৈছে এক লাভজনক পশুধন ব্যৱসায় আৰু বহুলোকে ইতিমধ্যে গাহৰি পালন কৰি সফলতা অৰ্জন কৰিছে। কিন্তু গাহৰি পালনৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল ইয়াৰ উন্নত প্ৰজাতিবোৰ চিনাক্ত কৰা। ভাৰতত গাহৰিৰ বিভিন্ন ধৰণৰ বিদেশী প্ৰজাতি আছে।…

  • পোহনীয়া জন্তুৰ বাবে বাজৰা উপকাৰী নে অপকাৰী?

    বাজৰা হৈছে এনে এবিধ শস্য যি মানুহৰ লগতে জন্তুকো উপকৃত কৰে। বাজৰা হৈছে এবিধ পুষ্টিগত গুণাগুণেৰে সমৃদ্ধ শস্য, যি জন্তুৰ পুষ্টিৰ অভাৱ আঁতৰ কৰে। বাজৰাত পৰ্যাপ্ত পৰিমাণৰ মেগনেছিয়াম, লো, পটাছিয়াম, কেলচিয়াম, প্ৰ'টিন, ফছফৰাছ আৰু আঁহ থাকে। জন্তুবোৰক বাজৰা খুওৱাৰ বহুতো লাভালাভ আছে আৰু একে সময়তে…

  • বজালীত কৃত্ৰিম প্ৰজননৰদ্বাৰা জন্ম হোৱা গো-পোৱালিৰ প্ৰদৰ্শনী, উপস্থিত কৃষিমন্ত্ৰী

    শনিবাৰে বজালীৰ নিত্যানন্দত এপাৰ্ট প্ৰকল্পৰ অধীনত পশ্চিম অসম দুগ্ধ উৎপাদক সমবায় সংঘ লিমিটেড (WAMUL)-এ আয়োজন কৰে কৃত্ৰিম প্ৰজননৰদ্বাৰা জন্ম হোৱা গো-পোৱালিৰ এক প্ৰদৰ্শনী অনুষ্ঠান। প্ৰদৰ্শনীত কৃত্ৰিম প্ৰজননৰ জৰিয়তে জন্ম হোৱা গিৰ, সাহিৱাল, ৰেড সিন্ধী আদি থলুৱা উচ্চ জাত, হলেষ্টিয়ান ফ্রিজিয়ান/জাৰ্চিৰ বিদেশী জাত আৰু বৰ্ণসংকৰ জাতৰ…

  • Swamp eel Farming : কম খৰচত কুচিয়া মাছ পালনৰ নতুন পদ্ধতি

    খুব কম ঠাই ব্যৱহাৰ কৰি মৎস্য পালনৰ জৰিয়তে বিশ্বৰ অৰ্থনীতিত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পৰা এবিধ মাছ হ’ল কুচিয়া মাছ। এই মাছবিধ খালে যথেষ্ট শক্তি পোৱা যায় বাবে বেমাৰী মানুহে খালে যথেষ্ট শক্তি পায়। বৰ্তমান এই মাছবিধৰ বজাৰত চাহিদা খুব বেছি। ইয়াৰ প্ৰতি কিলোগ্ৰামত মূল্য…

  • বজাৰ বেয়া- মূৰে কপালে হাত দিবলগীয়া হৈছে গাহৰি পালকে

    বৰ্তমান গাহৰিৰ মূল্য নিচেই কম, বজাৰত যদিও চাহিদা অধিক তথাপি এইসকল পালকে নাপায় উচিত মূল্য। যাৰ বাবে এতিয়া বাৰুকৈ চিন্তিত পৰিছে এইসকল গাহৰি পালক। চিন্তামণিগড়ৰ কেন্দুগুৰি পথাৰৰ সমীপৰ এদল যুৱকে কৰা গাহৰি পামৰ ব্যৱসায়ো এতিয়া এনে কাৰণতে লোকচানৰ সন্মুখীন হৈছে।…

  • শীতকালত পশুধনৰ বিশেষ যতন কেনেকৈ ল’ব?

    শীতকালত জীৱ-জন্তুৰ জীৱন ধাৰণ আৰু আহাৰৰ সঠিক ব্যৱস্থাপনাৰ যথেষ্ট প্ৰয়োজন হয়। কিয়নো ঠাণ্ডা বতৰে জীৱ-জন্তুৰ স্বাস্থ্য আৰু গাখীৰ উৎপাদন ক্ষমতাৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাযব পাৰে। এনে পৰিস্থিতিত জীৱ-জন্তুক প্ৰ'টিন, খনিজ পদাৰ্থ, পানী, ভিটামিন আৰু চৰ্বি আদিৰে সমৃদ্ধ পুষ্টিকৰ খাদ্যৰ প্ৰয়োজন হয়। ইয়াৰ উপৰি, শীতকালত পশুসকলক…

  • GOAT farming কম মূলধনতে অধিক লাভ দিব ছাগলী পালনৰ ব্যৱসায়ে

    বৰ্তমান সময়ত জনসংখ্যা যথেষ্ট বৃদ্ধি পোৱাৰ বাবে কৃষিভূমি কমি গৈছে। যাৰ ফলত কম মাটিতে কৃষকে বেছি উৎপাদন কৰিবলগীয়া হৈছে৷ কৃষকসকলৰ বাবে ছাগলী পালন কৰাত কষ্ট আৰু খৰচ দুয়োটাই কম হয়৷ অসম আৰু চুবুৰীয়া ৰাজ্য কেইখনত ছাগলীৰ লেখত ল’বলগীয়া অনুমোদিত জাত নাই। তথাপি মাংস সাৰ (প্ৰ’টিন)…

  • Pig and Fish farming : গাহৰি আৰু মাছ একেলগে পোহাৰ সুবিধাসমূহ

    পুখুৰীৰ পাৰত বা সমীপত বিশেষ কৌশলেৰে নিৰ্মিত গঁৰালত গাহৰি পালন কৰি মীন পালনৰ লগত গাহৰি পালনৰ সমন্বয় কৰা হয়।…

  • নৱেম্বৰ, ডিচেম্বৰ আৰু জানুৱাৰী মাহত মীন পালকসকৰ কৰণীয়

    ধৰালৈ শৰৎৰ আগমন হ’ল। শৰৎৰ আগমনৰ লগে লগে শীতকালও আৰম্ভ হ’ল। দূৰ্গাপূজা যোৱাৰ লগে লগে অসমত জাৰকালি আৰম্ভ হয়। শীতকালত আমাৰ মীনপালক সকলৰ বহু কৰণীয় থাকে। এই সময়খিনি বৰ জটিল। বাৰিষাকালত আমাৰ মীন পালকসকলৰ পুখুৰীত বাহিৰৰ পৰা সোমোৱা প্ৰদূষিত পানীয়ে পুখুৰীৰ পানীত বিভিন্ন বীজানুৰ সৃষ্টি…

  • ছাগলী পোৱালীৰ জন্মৰ পাছতে পালসকলে ল’বলগীয়া যতন

    ছাগলী পাম এখনৰ সফলতা নিৰ্ভৰ কৰে বিজ্ঞানসন্মত প্ৰতিপালনৰ ওপৰত যাতে পোৱালিবোৰ স্বাস্থ্যবান হয় আৰু মৃত্যুৰ হাৰ কমে।…

  • Goat farming : ছাগলী গড়ালটোৰ মন কৰিব লগীয়া দিশসমূহ

    ছাগলীয়ে মুকলি বতাহ আৰ শুকান পৰিবেশ ভাল পায়। কিন্তু নিশা নিৰাপদ আশ্ৰয়, প্ৰচণ্ড শীত আৰু তীব্ৰ উত্তাপৰ পৰা ৰক্ষা পাবলৈ ছাগলী ঘৰৰ প্ৰয়োজন।…

  • ক’ম সময়তে অধিক লাভৱান হ’ব পৰা ছাগলীৰ কেইবিধমান উন্নত প্ৰকাৰৰ জাত

    অসমত পৰ্য্যাপ্ত পৰিমাণে বৰষুণ হয়৷ ইয়াৰ জলবায়ু উষ্ণতা আৰু সিক্ত৷ সেইবাবে ইয়াত প্ৰচুৰ পৰিমাণে সেউজীয়া ঘাঁহ গজে আৰু তৃণভোজী প্ৰাণী পোহাটো অতি সহজ৷ জনসংখ্যা বৃদ্ধিৰ লগে লগে কৃষিভূমি কমি যোৱাৰ ফলত কম মাটিতেই কৃষকে অধিক উৎপাদন কৰিবলগীয়া হৈছে৷ কৃষকৰ অৰ্থনীতিত গৃহপালিত ছাগলী পালনত কষ্ট কম…

  • Contagious Ecthyma ৰোগৰ সাৱধানতা আৰু প্ৰতিকাৰ

    বৰ্তমান সময়ত ছাগলী পালকসকলে সন্মুখীন হোৱা এটা সমস্যা হৈছে ছাগলীৰ মুখমণ্ডলত ঘাঁ লগা বেমাৰ । চিকিৎসা বিজ্ঞানৰ ভাষাত ইয়াক Orf বা Contagious Ecthyma বোলা হয় । ই এবিধ ভাইৰাছজনিত ৰোগ । Parapox নামৰ ভাইৰাছ গোত্ৰৰ অন্তৰ্গত Orf ভাইৰাছৰ সংক্ৰমণৰ ফলত এই ৰোগ বিধ হয় ।…

  • ‘১০ হাজাৰ চকৰীৰ নিৰোগী কণী বিক্ৰি ৫০ হাজাৰ টকালৈকে উপাৰ্জন কৰিব পাৰি’

    এৰীপলু পালনৰ বাবে বৰদুৱাৰ, তিতাবৰ, ডিফু আদিৰ দৰে স্থানীয় প্ৰজাতিৰ উচ্চ উৎপাদনশীল সঁচৰ খোলা ব্যৱহাৰ কৰা উচিত। বৰ্তমান এৰী ৰেচম পলুৰ সংকৰ প্ৰজাতি হিচাপে কেন্দ্ৰীয় ৰেচম বোৰ্ডৰ দ্বাৰা এটা নতুন ব্ৰীড ছি-2 অনুমোদন কৰা হৈছে আৰু কৃষকৰ মাজত জনপ্ৰিয় হ’ব ধৰিছে।ইয়াৰ উপৰিও এৰী ৰেচম পলুৰ…

  • কুকুৰাৰ বিষ্ঠাৰ পৰা কেনেদৰে প্ৰস্তুত কৰিব পচন সাৰ? জানিবলৈ পঢ়ক

    কুকুৰাৰ বিষ্ঠাৰ পৰা পচন সাৰ তৈয়াৰ কৰিবলৈ কাৰ্বন আৰু নাইট্ৰজেনৰ অনুপাত ১:২৫-৩০ ৰাখিবলৈ কুকুৰাৰ বিষ্ঠাৰ লগত আন জৈৱিক পদাৰ্থ মিহলি কৰিব লাগে । সাধাৰণতে কুকুৰাৰ বিষ্টাত যথেষ্ট পৰিমাণে নাইট্ৰজেন থাকে বাবে ইয়াৰ পৰা পোনে পোনে কেঁচু সাৰ প্ৰস্তুত কৰিব নোৱাৰি। নাইট্ৰজেন কেঁচুৰ বাবে বিষাক্ত বাবে…

  • Manure from chicken Feces: কুকুৰাৰ বিষ্ঠাৰ পৰা সাৰ প্ৰস্তুত

    কুকুৰাৰ বিষ্ঠা যথেষ্ট সাৰ যুক্ত। ইয়াত অতি উচ্চ হাৰত নাইট্ৰজেন, ফচফৰাছ আৰু পটাছিয়াম থাকে। গতিকে যিকোনো কৃষিৰ বাবে কুকুৰাৰ বিষ্ঠা উপযোগী সাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰি। উচ্চ হাৰত নাইট্ৰজেন থকা বাবে ইয়াক পোনে পোনে কৃষি কাৰ্যত ব্যৱহাৰ কৰিব নোৱাৰি। গতিকে কুকুৰাৰ বিষ্ঠাৰ পৰা পচন সাৰ…

  • দুগ্ধপাম খুলি লাখ টকা উপাৰ্জনৰ সুযোগ, জানক ইয়াৰ সৰ্বশ্ৰেষ্ট উপায়

    গ্ৰামঞ্চলত বসবাস কৰা লোকৰ বাবে দুগ্ধপামৰ ব্যৱসায় উপাৰ্জনৰ এক প্ৰধান উৎস হিচাপে প্ৰমাণিত হৈছে। যদিহে আপুনি গ্ৰামাঞ্চলত বসবাস কৰে আৰু ভাল উপাৰ্জন প্ৰাপ্ত কৰিব বিচাৰে, তেন্তে আপুনি দুগ্ধ পামৰ ব্যৱসায় আপোনাৰ বাবে উত্তম বিকল্প হ’ব পাৰে। ইয়াৰ বাবে, আপোনাক কেৱল গাখীৰ দিয়া জন্তুৰ প্ৰয়োজন। একে…

  • ব্যৱসায়িক ভিত্তিত ব্ৰইলাৰ মুৰ্গী পালনত গুৰুত্বপূৰ্ণ দিশবোৰ

    কুকুৰা পালনৰ ভিতৰত মাংসৰ উৎপাদনৰ কাৰণে “ব্ৰইলাৰ কুকুৰা পালন” এক অন্যতম লাভজনক ব্যৱসায়। ব্ৰইলাৰ কুকুৰাৰ কেইবাবিধো উন্নত মানৰ জাত গোটেই দেশতে পোৱা যায়। তথাপিও কোন বিধৰ ব্ৰইলাৰ পোৱালী ল’ব লাগে তাৰ প্ৰমাণিত গুণাগুণৰ ওপৰত বিবেচনা কৰিলে ভাল।…

  • লোকেল কুকুৰা পালনৰ পদ্ধতি সম্পৰ্কে জানো আহঁক

    যদি আপুনি লোকেল কুকুৰা পালন কৰিব বিছাৰে তেন্তে আপুনি কুকুৰা পালন পদ্ধতি সম্পৰ্কে জানিব লাগিব। যদি আপুনি নাজানে, আপুনি ব্যৱসায়ত ভুগিব। গ্ৰাম্য অঞ্চলৰ প্ৰায়সংখ্যক মানুহৰ ঘৰতে ক’ম বেছি পৰিমাণে থলুৱা কুকুৰা কুকুৰা পালন কৰা দেখা যায়। কৃষকসকলে খাদ্যৰ প্ৰয়োজনীয়তা পূৰণ ৰখাৰ বাবে অক্লান্ত পৰিশ্ৰম কৰে।…

  • কদকনাথ কুকুৰা পালন আপোনাৰ বাবে হ’ব পাৰে এক লোভনীয় ব্যৱসায়!

    কদকনাথ কুকুৰা ভাৰতত অতি জনপ্ৰিয়। এই কুকুৰাৰ ৰং ক'লা। দ্বিতীয়তে, এই মুৰ্গীৰ মাংস অতি সুস্বাদু। ইয়াৰ উপৰিও, কণী অতি উচ্চ মূল্যত বিক্ৰী কৰা হয়। ইয়াৰ উপৰিও, উচ্চ পুষ্টিগত মূল্যৰ বাবে এই কুকুৰাৰ জনপ্ৰিয়তাও যথেষ্ট বেছি। সৰ্বোপৰি, এই কুকুৰাটো এতিয়া ভাৰতৰ হাৰ্টথ্ৰব। বহুলোকে এই মুৰ্গীৰ মাংস…

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.