Horticultutre

Horticulture is a branch of agriculture that deals with the cultivation, management, and study of plants, particularly fruits, vegetables, ornamental plants, and medicinal plants. Horticulturists use scientific knowledge and techniques to grow plants in a variety of settings, including gardens, greenhouses, nurseries, and orchards.

  • Swapna F1 : ৮-৯ মাহত গুৰিৰ পৰাই লাগিব ফল, এবিঘা মাটিত আৰম্ভ কৰক

    আজি আমি আলোচনা কৰিবলৈ লোৱা অমিতাৰ এই জাতটোৰ নাম SAPNA F1। এই জাতটোৰ অমিতাবোৰ অলপ গুল। এটা অমিতা ১ কেজিৰ পৰা ডেৰ কেজি ওজনৰ হয়। ফটোত দেখাৰ দৰেই গছৰ গুৰিৰ পৰা লাগেই অমিতা। উচ্চ উৎপাদনক্ষম অমিতাৰ এই জাতটোৰ পুলি ৰোপন কৰা ৮-৯ মাহৰ ভিতৰত গছবোৰত…

  • জুনৰ পৰা অক্টোবৰৰ ভিতৰত এবিঘা মাটিত কৰক মাটিকঁঠালৰ খেতি

    কৃষকসকলে এটা পুলিৰ পৰা এটা পুলিৰ দূৰত্ব ১ ফুট বা ডেৰফুট দিব লাগে। শাৰীবিলাকৰ মাজত এজন ব্যক্তিয়ে ৩ ফুট মানৰ এখন বাহন চলাব নিব পৰা দূৰত্ব কৰিব লাগে। অলপ বহল কৰি ৰাখিলে বাগানখন চাফ-চিকুণাই ৰাখিব, পানী যোগান, সাৰ আৰু গছত ফল লাগিলে চিঙিবলৈ সুবিধা হ’ব।…

  • Betel nut farming new style : ২ ফুট স্কোৱাৰত ৪ টাকৈ তামোলৰ পুলি কেনেকৈ ৰুৱ!

    কৃষকগৰাকীয়ে এই পদ্ধতিটোত তামোল ৰোপন কৰোঁতে এটা পুলিৰ পৰা এটা পুলিৰ দূৰত্ব ২ ফুট দিছে। আৰু শাৰীৰ মাজতো ২ ফুট দিছে। ২ বৰ্গফুটত চাৰিটা তামোলৰ পুলি ৰোপন কৰিছে কৃষকগৰাকীয়ে। ছবিত আপোনালোকে দেখিছেই তামোলৰ গছসমূহ। এনেদৰে তামোলৰ পুলি ৰোপন কৰোঁতে এটা কথা মন কৰিব- পুলিবোৰ সমান…

  • Jun-July best farming time : জুন-জুলাইত ৰোপন কৰক এই উদ্যানশস্যসমূহৰ পুলি

    পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি আমি গছপুলি ৰোপন কৰো। পৰিৱেশ দিৱসত গছপুলি ৰোৱাৰ সমান্তৰাভাৱে আমি কিছুমান উদ্যান শস্যৰ খেতিয়ো কৰিব পাৰো। কাৰণ এই সময়ছোৱাত বৰষুণৰ পৰিমাণ বেছি। এই সময়ছোৱাত অসমৰ কৃষকে ৰোপন কৰিব পৰা কেইবিধমান উদ্যান শস্য এনেধৰণৰ- হাউব্ৰিড প্ৰজাতিৰ অম্ৰপালি আম (ব্যৱসায়িক উদ্দেশ্য লৈ),…

  • Red Banana Benefit : ৰঙাকলৰ ব্যৱসায়িক আৰু স্বাস্থ্যৰ লাভালাভসমূহ

    আপোনালোকে হয়তো ৰঙাকল দেখিছে আৰু দুই এজেন হয়তো খাইছেও কিন্তু অসমৰ বহু লোকেই ৰঙা কল দেখা নাই আৰু খাযো পোৱা নাই। কিন্তু শেহতীয়াকৈ তামিলনাডু, কেৰেলা, পশ্চিমবংগৰ পাছতে অসমতো দুই এজন কৃষকে ৰঙা কলৰ খেতি কৰিবলৈ আৰম্ভ কৰিছে।…

  • Dragan Fruit : ড্ৰেগন ফলৰ খেতিৰে স্বাৱলম্বী গোৱালপাৰাৰ কৃষক অনুপ ৰাভা

    গোৱালপাৰাৰ কৃষক অনুপ ৰাভাই ড্ৰেগন ফলৰ খেতিৰে স্বাৱলম্বী হৈ আন বহুজনৰ বাবে আদৰ্শ হৈ পৰিছে । ২০২০ চনত তেলেংগানাত ড্ৰেগন ফলৰ খেতিৰ ওপৰত প্ৰশিক্ষণ লাভ কৰা অনুপ ৰাভাই । প্ৰথমতে প্ৰায় ৫ বিঘা মাটিত ড্ৰেগন ফলৰ খেতি কৰিছিল। বৰ্তমান ইয়াৰ পৰিসৰ ৮ বিঘা কৃষিভূমিলৈ সম্প্ৰসাৰিত…

  • ৰামায়ণত লক্ষ্মণক বচাবলৈ হনুমানে আনিছিল এই বিশল্যকৰণীৰ পাত

    বিশল্যকৰণী বুলি ক'লে সাধাৰণতে ৰামায়ণৰ যুদ্ধত ৰাৱণে যেতিয়া লক্ষ্মণক আঘাত কৰি মৃত্যু শয্যালৈ ঠেলি দিছিল, তেতিয়া ৰাৱণৰ ৰাজবৈদ্য সুসেনে লক্ষ্মণক বচাবলৈ দ্ৰোণগিৰি পৰ্বতৰ পৰা হনুমানক আনিবলৈ দিয়া বনৌষধী বিধৰ কথাই মনলৈ আহে। কিন্তু বহু গৱেষণাৰ পাছতো বিশল্যকৰণী নামৰ সেই বনৌষধী বিধ আজিলৈকে সঠিককৈ চিনাক্ত কৰিব…

  • মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই

    আপুনি মই খোৱা এই আমবোৰ বজাৰত প্ৰতিকিলোত ৫০ টকাৰ পৰা ধৰি ৩০০ টকাত পোৱা যায়। কিন্তু আপুনি শুনি আচৰিত হ’ব যে চলিত মাহত পশ্চিমবঙ্গত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় আম মহোৎসৱত এক কিলোগ্ৰাম উন্নত প্ৰজাতিৰ আম ২.৭৫ লাখ আৰু কেৱল মাত্ৰ এটা আম ১০,০০০ টকাত বিক্ৰী হৈছিল।…

  • Rambutan : জানো আঁহক নতুন ফলবিধৰ কৃষি পদ্ধতি আৰু লাভালাভসমূহৰ বিষয়ে

    ড্ৰেগন, মাল্টা আদি বিদেশী ফলৰ দৰে অসমত নতুনকৈ চৰ্চা লাভ কৰা এবিধ ফল হৈছে ৰামবুটান (Rambutan)। ই মূলতঃ মালেচিয়ান তথা ইণ্ডোনেছিয়ান মূলৰ। বৰ্তমান বিশ্বৰ অন্যান্য দেশৰ দৰে ভাৰতবৰ্ষতো এই ফলৰ খেতি বহু বছৰ পৰা কৰি অহা অহা হৈছে। ভাৰতবৰ্ষৰ কেৰালাত পোন প্ৰথমে থাইলেণ্ডৰ পৰা আমদানি…

  • Orange Farming System : কমলাৰ উন্নত কৃষি প্রণালী আৰু ইয়াৰ লাভালাভ

    টেঙা ফলৰ ভিতৰত আন এবিধ উৎকৃষ্ট ফল হৈছে সুমথিৰা টেঙা। এই কমলাৰ এটি অতি লাভজনক খেতি । বৈজ্ঞানিক ভিত্তিত সুমথিৰা টেঙাৰ খেতি কৰি আন খেতিত কৈ যথেষ্ট লাভ আশা কৰিব পাৰি । উত্তৰ-পূৱ অঞ্চলৰ ঘাইকৈ অসম, মেঘালয় ৰাজ্যত সুমথিৰা টেঙাৰ খেতি কৰা হয় । কমলা…

  • নীলা হালধিৰ খেতি কৰকঃ এক কিলোৰ দাম ৩ হাজাৰ টকা পৰ্যন্ত

    এবিধ নীলা ৰঙৰ হালধিও পোৱা যায়। এই হালধিৰ খেতি এতিয়া ভাৰতত দ্ৰুতগতিত কৰা হৈছে। এই হালধি হালধীয়া হালধিতকৈ বেছি লাভজনক আৰু বজাৰত ইয়াৰ মূল্যও অধিক।…

  • ড্ৰেগন ফলতকৈ অধিক উপাৰ্জন দিব ক’লা কুঁহিয়াৰৰ খেতিয়ে : পুলি পাবলৈ আজিয়ে যোগাযোগ কৰক

    আপুনি যদিহে এজন কৃষক তেন্তে ক’লা কুঁহিয়াৰৰ খেতি কৰি আপুনি লাভৱান হ’ব পাৰে। কিয়নো ব্লেক ফিলিপাইন কুঁহিয়াৰ এবাৰ ৰুলে ৫বছৰে শস্য চপাই থাকিব পাৰি। তাৰ পাছত নতুন কাটিং লগাব পাৰে। ই কুঁহিয়াৰৰ এক হাইব্ৰিড প্ৰজাতি। দেশী কুহিয়াতকৈ ই দুগুণ মোটা হয়, ৩গুণ দীঘল হয় আৰু…

  • Litchi farming : ভালদৰে কৰিলে এজোপা লিচুত ৬০-৭০ কেজি পৰ্যন্ত লাগে

    অসমৰ তেজপুৰৰ লিচুৰ নাম ভাৰতৰ লগতে ভাৰতৰ বাহিৰতো বিখ্যাত। লিচু খোৱাৰ বতৰ অহাৰ সমান্তৰালভাৱে লিচুৰ ৰোৱাৰ বতৰো আহি আছে। গতিকে অসমৰ কৃষকসকললৈ লিচু খেতিৰ বিষয়ে অলপ কথা লৈ আহিছো।…

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.