1. সফল কাহিনী

Weather Updates Assam: আজিৰ দিনটোৰ বতৰৰ জাননী

KJ Staff
KJ Staff
Weather News Assam
Weather News Assam

আজিৰ দিনটোৰ বতৰৰ জাননী :

* কামৰূপ (গ্রাম্য) আজি বতৰ ফৰকাল, গৰম বৃদ্ধি পাব। প্ৰতি ঘণ্টাত ৮.৩ কিঃমিঃ বেগত বতাহ বলিব৷ আজিৰ দিনটোৰ কামৰূপৰ সৰ্বোচ্চ তাপমাত্ৰা ৩৬ ডিগ্ৰী চেলছিয়াছ সৰ্বনিম্ন ২৬ ডিগ্ৰী চেলছিয়াছ৷

* যোৰহাটৰ আজি বতৰ ফৰকাল হব। প্ৰতি ঘণ্টাত ৭.৯ বেগত বতাহ বলিব যোৰহাটত৷ উষ্ণতা সৰ্বোচ্চ ৩৫ ডিগ্ৰী চেলছিয়াছ হ'ব আৰু সৰ্বনিম্ন ২৬ ডিগ্ৰী চেলছিয়াছ৷

* ডিব্ৰুগড়ত আজি বতৰ ফৰকাল, উষ্ণতা বৃদ্ধি পাব। প্ৰতি ঘণ্টাত ৯.৩ কিঃমিঃ বেগত বতাহ বলিব৷ সৰ্বোচ্চ উষ্ণতা ৩৫ ডিগ্ৰী চেলছিয়াছলৈ বৃদ্ধি পাব আৰু সৰ্বনিম্ন ২৫ ডিগ্ৰী চেলছিয়াছ হ'ব৷

* গুৱাহাটীত আজি বতৰ ফৰকাল, গৰম বৃদ্ধি পাব। ৰাতি বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বতাহ প্ৰতি ঘণ্টাত ৫.৮ কিঃমিঃ বেগত বলিব৷ আজিৰ দিনটোত গুৱাহাটীৰ উষ্ণতা সৰ্বোচ্চ ৩৫ ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন ২৫ ডিগ্ৰী চেলছিয়াছ থাকিব৷

* তেজপুৰত আজি বতৰ ফৰকাল। প্রতি ঘণ্টাত ৮.৩ কিঃমিঃ বেগত বতাহ বলিব৷ সৰ্বোচ্চ তাপমাত্ৰা ৩৫ ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন ২৬ ডিগ্ৰী চেলছিয়াছ হ'ব৷

* লখিমপুৰত আজি বতৰ ডাৱৰীয়া। প্ৰতি ঘণ্টাত ৯.৬ কিঃমিঃ বেগত বতাহ বলিব৷ আজিৰ দিনটোত লখিমপুৰত সৰ্বোচ্চ তাপমাত্ৰা ৩৩ ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন ২৫ ডিগ্ৰী চেলছিয়াছ৷

* শিলচৰত আজি বতৰ ফৰকাল, গৰম বৃদ্ধি পাব। প্ৰতি ঘণ্টাত ৫.৪ কিঃমিঃ গতিবেগত বতাহ বলিব৷ নিশা বৰষুণ হব পাৰে। আজিৰ দিনটোত শিলচৰৰ সৰ্বোচ্চ তাপমাত্ৰা ৩৫ ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন ২৬ ডিগ্ৰী চেলছিয়াছ৷

* বঙাইগাঁৱত আজি বতৰ ফৰকাল, গৰম থাকিব। প্ৰতি ঘণ্টাত ৭.o কিঃমিঃ হব৷ দিনটোৰ সৰ্বোচ্চ তাপমাত্ৰা ৩৪ ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন ২৬ ডিগ্ৰী চেলছিয়াছ৷

* কোকৰাঝাৰত আজি বতৰ ফৰকাল৷ প্রতি ঘণ্টাত ৮.৩ কিঃমিঃ বেগত বতাহ বলিব৷ আজিৰ দিনটোত কোৰাঝাৰৰ তাপমাত্ৰা সৰ্বোচ্চ ৩৪ ডিগ্ৰী চেলছিয়াছ, সৰ্বনিম্ন ২৬ ডিগ্ৰী চেলছিয়াছ হ'ব৷

* ধুবুৰীত আজি বতৰ ফৰকাল হব। প্ৰতি ঘণ্টাত ৮.১ কিঃমিঃ বেগত বতাহ বলিব৷ দিনটোৰ সৰ্বোচ্চ তাপমাত্ৰা ৩৪ ডিগ্ৰী চেলছিয়াছ, সৰ্বনিম্ন ২৬ ডিগ্ৰী চেলছিয়াছ৷

* নগাঁৱত আজি বতৰ ফৰকাল, গৰম থাকিব৷ প্রতি ঘণ্টাত ৬.০ কিঃমিঃ বেগত বতাহ বলিব৷ আজিৰ দিনটোত তাপমাত্ৰা সৰ্বোচ্চ ৩৫ ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন ২৬ ডিগ্ৰী চেলছিয়াছ৷

English Summary: Weather Updates Assam 12th September

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.