Prawn Farming : ব্যৱসায়িক ভিত্তিত মিছামাছ পালন আৰু ইয়াৰ লাভালাভ বহনক্ষম কৃষি পদ্ধতি! ই কেনেকৈ আমাৰ পৰৱৰ্তী প্ৰজন্মক সুৰক্ষিত কৰিব! Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 21 April, 2023 4:33 PM IST
Pabhoi green

বিশ্বনাথ জিলাৰ Pabhoi Greens কৃষিপামে কঢ়িয়াই আনিছে আশাৰ বতৰা । যুৱকৃষক নীলম দত্তৰ প্ৰচেষ্টাত গঢ় লৈ উঠিছে এই Pabhoi Greens কৃষিপামখন।

Pabhoi green

কৃষিপামখনত উপলব্ধ বিভিন্ন প্ৰজাতিৰ পাচলিয়ে এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷ ৮০ বিঘাৰ পামখনত আছে ১৪০ প্ৰজাতিৰ বিলাহী, ৫২ প্ৰজাতি কবি,৮০টা প্ৰজাতিৰ জলকীয়া

Pabhoi green বিভিন্ন প্ৰজাতিৰ শাক-পাচলি
Pabhoi green বিভিন্ন প্ৰজাতিৰ শাক-পাচলি
Pabhoi green বিভিন্ন প্ৰজাতিৰ শাক-পাচলি

কৃষিৰ সমান্তৰালভাৱে নীলিমদত্তই কেঁচুসাৰ উৎপাদন, মতস্য মাছ পালন কৰে। ২০ টা মাছৰ পোনা উতপাদন কৰাৰ পুখুৰীৰ  লগতে কৃষিফাৰ্মখনত আছে ৩০ জনী উন্নতজাতৰ গৰু।

Pabhoi green বিভিন্ন প্ৰজাতিৰ শাক-পাচলি

প্ৰায় ৮০ বিঘা মাটিৰে আগুৰি থকা পাভৈ গ্ৰীন কৃষিফাৰ্মক পৰ্যটন কেন্দ্ৰ হিচাপে গঢ় দিয়াৰো প্ৰচেষ্টা অব্যাহত ৰাখিছে নীলম দত্তই। পৰ্যটক থাকিব পৰাকৈ সাজি উলিয়াইছে কেইবাটাও আলহীগৃহ।

Pabhoi greenৰ পুখৰী
Pabhoi greenৰ পৰ্যটক
Pabhoi greenৰ জলকীয়া

টকৌ পাত, বাঁহ আদিৰে সাজি উলিয়াইছে অৰুণাচল প্ৰদেশৰ ঘৰৰ আৰ্হিৰ এটা চাংঘৰো। ইফালে, কৃষি পামখনত আছে এটা থকা প্ৰশিক্ষণ কেন্দ্ৰ, য'ত কৃষিকাৰ্যৰ প্ৰতি আগ্ৰহী বহু লোকক প্ৰশিক্ষণ প্ৰদান কৰা হয়।

Pabhoi green
পাভৈ গ্ৰীনৰ পৰিয়াল

চাকৰি নকৰাকৈ অৰ্থনৈততিকভাৱে সৱল হৈ পৰা নীলম দত্তই নিজৰ লগতে কৃষি ফাৰ্মখনত দৈনিক ২০-২৫ জনকৈ দিছে সংস্থাপন।

লগতে পঢ়ক- 

শোণিতপুৰৰ বিস্তীৰ্ণ এলেকাত নিজে নিজে গজি উঠিছে এবিধ দুৰ্লভ প্ৰজাতিৰ ধান

English Summary: Pabhoi green farm going to center of tourist
Published on: 21 April 2023, 04:28 IST