Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 30 November, 2023 5:14 PM IST

কঠোৰ পৰিশ্ৰম, মনোবল আৰু দৃঢ়তা থাকিলে যিকোনো কঠিন পৰিস্থিতিকো প্ৰত্যাহ্বান জনাব পাৰি। এই কথা প্ৰমাণ কৰি দেখুৱাইছে বিশ্বনাথ জিলাৰ ঘাঁহি গাঁও কৃষি উন্নয়ন চক্ৰৰ অন্তৰ্গত চান্দামাৰী বঙালী গাঁৱৰ ৩৫ বছৰীয়া দিব্যাংগ যুৱক গোপাল নাগে।

কৃষক গোপাল নাগৰ ভৰি দুখন নাই কিন্তু এটা শক্তিশালী আৰু স্বাধীনমনা মন আছে। যিযে তেওঁক অন্য ১০ জন দিব্যাংগ লোকৰ পৰা পৃথকৰূপত  আৰু নিজক সমাজৰ অন্য সুস্থ দেহৰ লোকৰো আদৰ্শ ৰূপত থিয় দিয়াইছে। তেওঁ কি কৰিব নোৱাৰে। টেক্টৰ চলাব পাৰে, কোৰ মাৰিব পাৰে, ১৫ বিঘা মাটিত খেতি কৰিব পাৰে।

বহু সুস্থ-সবল ব্যক্তিয়ে কৰিব নোৱৰা কিছুমান কাম কৰি দেখুৱাবলৈ সক্ষম হৈছে গোপাল নাগে। ১৫ বিঘা মাটিত মাটিত বেঙেনা, মূলা, শাক-পাচলি আদিৰ খেতি কৰাতো সাধাৰণ কথা নহয়। যিটো গোপাল দাসে কৰি আছে। আমাৰ সমাজত শাৰীৰিকভাৱে সক্ষম মানেই বহি-শুই খাই, ঘৰৰ, পৰিয়ালৰ বোজাস্বৰূপ হৈ পৰা ছবি এখন আমাৰ মনলৈ আহে।

লগতে পঢ়ক- 

৩০ বিঘা মাটিত কঠিয়া ধানৰ খেতি কৰি আদৰ্শ দেখুৱাইছে চৰাইদেউৰ হেমিদুৰে

 কোনো ব্যক্তিয়ে গোপাল নাগক দেখাৰ পাছৰ পৰা সেই শাৰীৰিকভাৱে সক্ষম মানেই বহি-শুই খাই, ঘৰৰ, পৰিয়ালৰ বোজাস্বৰূপ হৈ পৰা ছবিখন মনলৈ নাহে। কিন্তু দুখৰ কথা যে আমাৰ বহু ব্যক্তি সকলোফালে সক্ষম হৈয়ো কাম-বন নকৰি অকা-মিলা হৈ পৰি থাকে। গতিকে ক’ব পৰা যায় সেইসকল লোকহে দিব্যাংগ যিয়ে নিজৰ সুস্থ-সবল শৰীৰটোক কামত নলগায় অকামিলা কৰি ৰাখে।

উল্লেখ্য যে বিশ্বনাথ জিলা কৃষি বিভাগে বিভিন্ন সময়ত এজন কৃষকে পাব লগা সা-সুবিধা গোপাল নাগক দি আহিছে। শেহতীয়াকৈ বিশ্বনাথ জিলাৰ কৃষি বিষয়া বণেশ্বৰ বেয়ে গোপাল নাগৰ কৃষি ফাৰ্মখন পৰিদৰ্শন কৰে। আৰু আলু, মটৰ মাহ, বুট ইত্যাদিকে ধৰি কেইবাবিধো শস্যৰ বীজ প্ৰদান কৰে।

লগতে পঢ়ক- 

শিৱসাগৰ চেৰেকা পাৰৰ কৌশিক বৰুৱাৰ সফলতাৰ জয়যাত্ৰা বিষয়ে জানো আহক

English Summary: Gopal Naga has no legs but a strong and independent mind
Published on: 30 November 2023, 05:14 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now