Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 5 June, 2022 2:45 PM IST
Jack Ma

জীৱন মানে সংগ্ৰাম। জীৱনৰ প্ৰতিটো খোজতে সফলতাৰ শীখৰত আগবাঢ়ি যাবলৈ প্ৰয়োজন হয় আদৰ্শৰ। কিন্তু আদৰ্শ কোনো এজন ব্যক্তিৰ জন্মগত গুণ নহয়। সেয়েহে মহান ব্যক্তিসকলৰ মহানতাক আমি আদৰ্শ হিচাপে লৈ জীৱনত প্ৰয়োগ কৰিলে নিশ্চিতভাৱে সফলতা অৰ্জন কৰিব পাৰি।

আজিৰ এই প্ৰবন্ধটোত আজি আমি এনে এজন সফল ব্যক্তিৰ বিষয়ে কবলৈ গৈ আছো তেওঁ হৈছে জেক মা। হয় আমি চীনৰ আটাইতকৈ ধনী ব্যক্তি জেক মাৰ কথাকেই কৈছো।

জেক মাৰ জন্ম ১৯৬৪ চনৰ ১০ ছেপ্টেম্বৰত চীনৰ হনগংজহ’ত। এটা দৰিদ্ৰ পৰিয়ালত জন্মগ্ৰহণ কৰা জেক মাই ইংৰাজী ভালকৈ অধ্যয়ন কৰে। আৰু তাৰ বাবে ৯ বছৰ তেওঁ টুৰিষ্ট গাইড হিচাপেও কাম কৰিছিল। পৰ্যটকসকলক পৰ্যটনস্থলীসমূহ দেখুওৱাৰ সময়তে তেওঁ ইংৰাজী ভাষাত কথা-বতাৰ পাতিছিল। তদুপৰি এই সময়ত তেওঁ চাইকেলেৰে ৭০ মাইল দূৰলৈ সদায় যাত্ৰা কৰিব লগা হৈছিল।

জেক মাৰ কেৰিয়াৰ আৰম্ভণি বহু প্ৰত্যাহ্বানৰ মাজেৰে পাৰ হৈছিল। ইংৰাজী বিষয়ৰ এগৰাকী শিক্ষক হিচাপে তেওঁ নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। আৰু তাৰ পূৰ্বে তেওঁ ৩০ টাকৈ স্থাপন চাকৰিৰ বাবে আৱেদন দিছিল যদিও, এই আৱেদনসমূহ বাতিল কৰা হৈছিল।

তদুপৰি তেওঁ এবাৰ কে এফ চিতো চাকৰিৰ বাবে আৱেদনপত্ৰ জমা দিছিল। তাত মুঠ ২৪ জনকৈ লোকে আৱেদনপত্ৰ জমা কৰিছিল যদিও, ২৩জন প্ৰাৰ্থীয়েই লাভ কৰে চাকৰি। কিন্তু জেক মাই দুৰ্ভাগ্যবশত সেই সময়ত সেই চাকৰিটো নাপালে।

জেক মাই আলিবাবা কোম্পানীটোৰ আৰম্ভ নিজৰ এপাৰ্টমেন্টতে কৰিছিল। তেওঁৰ কেইজনমান বন্ধুক অনলাইন মাৰ্কেটপ্লেচত মনোনিবেশৰ বাবে ৰাজি কৰিছিল। তাৰপাছত ১৯৯৯ চনৰ অক্টোবৰ আৰু ২০০০চনৰ জানুৱাৰীত আলিবাবাই দুবাৰকৈ ২৫ মিলিয়ন ডলাৰ লাভ কৰিছিল।

ফৰ্বছৰ ২০১৮ৰ তালিকাত জেক মাৰ নাম চীনৰ আটাইতকৈ ধনী ব্যক্তি ৰূপে অন্তৰ্ভুক্ত কৰা হয়। সেই তালিকা অনুসৰি,  জেক মাৰ ৩৪.৬ ডলাৰৰ সম্পত্তি থকা বুলি উল্লেখ কৰা হৈছে।

লগতে পঢ়ক-বিশ্ব পৰিৱেশ দিৱস কিয় উদযাপন কৰা হয়? জানক ইয়াৰ আঁৰৰ কাহিনী

English Summary: China's Richest man Jack Mao Success Stories
Published on: 05 June 2022, 02:36 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now