আপুনি যদি ধূমপান, মদ অথবা ড্ৰাগ্ছ আদি ৰাগিয়াল বস্তুৰ প্ৰতি আসক্ত, তেনেহ’লে এই নাগপাশৰপৰা মুক্ত হওঁক। ধূমপান অৰু মদ্যপানে আমাৰ শৰীৰত যথেষ্ট ক্ষতিসাধন কৰে। এই নিচাযুক্ত দ্ৰব্যবোৰ আমি জনাতকৈ কেইবাগুণে অধিক ক্ষতিকাৰক। এই অভ্যাসে আপোনাৰ শৰীৰটোক ৰোগগ্ৰস্ত(হৃদৰোগ, উচ্চ ৰক্তচাপ, ষ্ট্ৰ’ক, কৰ্কটৰোগ, গেষ্ট্ৰাইটিছ, মানসিক ৰোগ, নিদ্ৰাহীনতা, অষ্টিওপৰ’ছিছ আদি) কৰাৰ উপৰি আপোনাৰ ঘৰুৱা সমস্যাৰ সৃষ্টি কৰে, সামাজিক বাতাবৰণৰ স্খলনত ইন্ধন যোগায় আৰু এই বদ অভ্যাসৰ বাবে আপোনাৰ সদ গুণবোৰ আনে নেদেখে। এনে ক্ষতিকাৰক বস্তুৰ প্ৰতি অহৈতুকী প্ৰীতি পৰিত্যাগ কৰক। যদিহে ধূমপান আৰু মদ্যপান বৰ্জন কৰিব পাৰে; ই আপোনাক ৰোগৰপৰা বচোৱা, পাৰিবাৰিক আৰু সামাজিক সুখ দি নিৰোগী আৰু দীৰ্ঘায়ু কৰাৰ উপৰি আপোনাৰ যথেষ্ট পৰিমাণে টকা বচাব।
Latest feeds
-
অন্যান্য
Farmers VS Market : কৃষকসকলে বজাৰখন পাবলৈ এইকেইটা কাম কৰক
-
অন্যান্য
Farmer avoid this Work : কৃষকসকলে কৃষি পথাৰত কৰিব নলগা কেইটামান কাম
-
সফল কাহিনী
Profession as a farmer : কৃষিক বৃত্তি হিচাপে গ্ৰহণ কৰাৰ সুবিধাসমূহ
-
এগ্ৰিপেডিয়া
Monsoon season Farming : বাৰিষাকালত খেতি কৰি অধিক উপাৰ্জন কৰিব পৰা সুবিধাসমূহ
-
News
গুৱাহাটীৰ হোটেল ৰেডিছন ব্লু’ত ৰাজ্যিক পৰ্যায়ৰ এদিনীয় ৰিফ্ৰেছাৰ প্ৰশিক্ষণ শিবিৰ
-
উদ্য়ানশস্য়
Malta Fruit farming : ২০-২৫ বছৰলৈ প্ৰতিবছৰে ৮০-৯০ হাজাৰকৈ উপাৰ্জন কৰক
-
পশুপালন
Local Murgi Farming : বাৰীখনতে ১০০ লোকেল কুকুৰা কেনেকৈ পালন কৰিব!
-
News
BCA launched New Logo : ভাৰত চাৰ্টিছ এগ্ৰিছায়েন্স লিমিটেডৰ নতুন ল’গ’ উন্মোচন
-
কৃষি সঁজুলি
Polyhouse Farming : পলিহাউচত খেতি কৰি দুগুণ দামত পাচলি বিক্ৰি কৰক
-
কৃষি সঁজুলি
Farming without Soil : শিক্ষিত যুৱক-যুৱতীসকলে বোকা-পানী নগছকাকৈ কৰিব পাৰিব খেতি
Share your comments