1. অন্যান্য

importance of sufficient sleep and rest is important

KJ Staff
KJ Staff

শৰীৰটোৰ বাবে টোপনি আৰু জিৰণি অতি জৰুৰী। অকল সুষম আহাৰেৰে সুস্বাস্থ্যৰ গৰাকী হব নোৱাৰি, যদিহে শৰীৰক জিৰণি দিয়া নহয়। একেৰাহে কোনো মানুহে কাম কৰিব নোৱাৰে। যন্ত্ৰকো জিৰণিৰ প্ৰয়োজন হয়। আজিকালি কৰ্মব্যস্ততাৰ বাবে অনেকে বহু নিশালৈকে সাৰে থাকি প্ৰয়োজনীয় টোপনি আৰু জিৰণি নোলোৱাৰ বাবে শাৰীৰিক আৰু মানসিক স্বাস্থ্য ভাঙি পৰে। নিতৌ নিশা ৬ৰ পৰা ৮ ঘণ্টাকৈ ভালদৰে টোপনি আৰু জিৰণি নোলোৱাৰ বাবে শাৰীৰিক আৰু টোপনি নামাৰিব, টিভি চাই চাই ৰাতি দেৰিকৈ শোৱাৰ অভ্যাস ত্যাগ কৰিব, শৰীৰক জিৰণি দিব আৰু কামৰ মাজতে সুবিধা পালে তাৎক্ষণিক জিৰণি আৰু টোপনিয়ে মন আৰু শৰীৰ সতেজ ৰখাত সহায় কৰে।জিৰণিৰ সময়ত কিতাপ পঢ়া, মন ভাল লগা গীত শুনক।

English Summary: পৰ্যাপ্ত নিদ্ৰা আৰু জিৰণি

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.