1. অন্যান্য

বিনামূল্যে লাভ কৰিব LPG গেছ চিলিণ্ডাৰ, সোনকালে জানক ইয়াৰ বুকিং প্ৰক্ৰিয়াটো

KJ Staff
KJ Staff
Paytm Free Gas Offer
Paytm Free Gas Offer

বৰ্ধিত মুদ্ৰাস্ফীতিৰ মাজত  LPG গ্ৰাহকসকলৰ বাবে এক ভাল খবৰ  । এতিয়া আপুনি বিনামূলীয়াকৈ এলপিজি গেছ চিলিণ্ডাৰ বুক কৰিব পাৰে  । হয়, পেটিএমৰ (Paytm) ৰ জৰিয়তে আপুনি লাভ কৰিব পাৰে এই সুবিধা ।

দৰাচলতে, পেটিএম (Paytm)য়ে ঘোষণা কৰিছে এক বাম্পাৰ অফাৰ । এই অফাৰৰ অধীনত, যদি আপুনি Paytm ৰ জৰিয়তে এলপিজি গেছ চিলিণ্ডাৰ বুক কৰে, আপুনি ফ্লেট কেছবেক অফাৰসহ বহুতো সুবিধা প্ৰাপ্ত কৰিবলৈ সক্ষম হ'ব । আমোদজনক ভাৱে, সমগ্ৰ দেশৰ লাখ লাখ গ্ৰাহকে ইতিমধ্যে তেওঁলোকৰ এলপিজি চিলিণ্ডাৰ বুক কৰিবলৈ পেটিএম ব্যৱহাৰ কৰি আছে । এই মুহূৰ্তত, ভাৰত গেছৰ বুকিং কেৱল পেটিএম এপত উপলব্ধ ।

অফাৰটোৰ বিষয়ে আপুনি জানেনে (know what is the Offer)?

আমি আপোনাক জনাওঁ যে পেটিএমে এলপিজি গেছ চিলিণ্ডাৰ বুক কৰা নতুন ব্যৱহাৰকাৰীসকলৰ বাবে এটা ৰোমাঞ্চকৰ অফাৰ ঘোষণা কৰিছে । এই অফাৰৰ অধীনত নতুন ব্যৱহাৰকাৰীসকলে প্ৰথম বুকিংত ৩০ টকাৰ ফ্লেট কেছবেক পাব পাৰে । গ্ৰাহকসকলে পেটিএম এপত পৰিশোধ কৰোঁতে কেৱল প্ৰমোকোড “First Cylinder” ব্যৱহাৰ কৰিব লাগিব।

Paytm Offer on Gas Cylinder Booking
Paytm Offer on Gas Cylinder Booking

কোনবোৰ কোম্পানীৰ চিলিণ্ডাৰ বুকিংত অফাৰ আছে

এই কেছবেক অফাৰটো তিনিটা মুখ্য এলপিজি কোম্পানীৰ চিলিণ্ডাৰত উপলব্ধ হ'ব । ইয়াৰ ভিতৰত আছে ইণ্ডেন, এইচপি গেছ আৰু ভাৰত গেছৰ বাবে বুকিং । ইয়াৰ লগতে, গ্ৰাহকসকলে পেটিএম পোষ্টপেইড নামৰ ‘Paytm Now Pay Later’ কাৰ্যসূচীৰ জৰিয়তে কৰি চিলিণ্ডাৰ বুকিংৰ বাবে অহা মাহত পৰিশোধ কৰাৰ বিকল্পও থাকিব । ইয়াৰ উপৰিও, বিদ্যমান পেটিএম ব্যৱহাৰকাৰীসকলেও বিনামূলীয়াকৈ চিলিণ্ডাৰটো প্ৰাপ্ত কৰাৰ সুযোগ লাভ কৰিব ।

পেটিএম এপত পৰিশোধ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ আগতে আপুনি কেৱল কুপন কোড “Free gas” ব্যৱহাৰ কৰিব লাগিব। ইয়াৰ উপৰিও, পেটিএম ব্যৱহাৰকাৰীসকলে তেওঁলোকৰ গেছ চিলিণ্ডাৰৰ ডেলিভাৰী ট্ৰেক কৰিব পাৰে ।

LPG গেছ বুক কৰাৰ প্ৰক্ৰিয়া 

  • প্ৰথমতে, ব্যৱহাৰকাৰীসকলে বুকিংৰ বাবে 'বুক গেছ চিলিণ্ডাৰ' টেবলৈ যাব লাগিব

  • ইয়াৰ পিছত আপুনি ইয়াত গেছ ডিষ্ট্ৰিবিউটৰ বাছনি কৰিব লাগিব

  • এতিয়া মোবাইল নম্বৰ/এলপিজি আইডি/উপভোক্তা নম্বৰ প্ৰবিষ্ট কৰিব লাগিব

  • ইয়াৰ পিছত, পেটিএম ইউপিআই, কাৰ্ড বা নেট বেঙ্কিং পৰিশোধৰ জৰিয়তে পৰিশোধ কৰিব লাগিব

  • বুকিং কৰাৰ পিছত, চিলিণ্ডাৰটো নিকটতম গেছ এজেন্সিৰ দ্বাৰা পঞ্জীভুক্ত ঠিকনালৈ বিতৰণ কৰা হ'ব

লগতে পঢ়কঃ বৈদ্যুতিক বাহন ক্ৰয়ৰ ওপৰত চৰকাৰৰ ১৫% ৰাজসাহায্য ঘোষণা

English Summary: Paytm Offer on Gas Cylinder Booking

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.