1. অন্যান্য

Happy New Year 2022 Wishes: নতুন বছৰতো আপোনাৰ বিশেষ হোৱাৰ কামনাৰে

KJ Staff
KJ Staff
Happy New Year 2022
Happy New Year 2022

নতুন বছৰটোৱে যাতে সকলোলৈকে এক নতুন আশাৰ কীৰণ কঢ়িয়াই লৈ আহে সেয়া সকলোৰে কাম্য । নতুন উদ্যম, নতুন সপোন লৈ সকলোয়ে ধুমধামেৰে নতুন বছৰ উদযাপন কৰে । সেয়েহে সকলোৱে নতুন বছৰ বছৰ ২০২২ ৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে যাতে নতুন বছৰৰ প্ৰথম দিনটো তেওঁলোকৰ বন্ধুবৰ্গ, আত্মীয় আৰু পৰিয়ালৰ সৈতে আনন্দেৰে উদযাপন কৰিব পাৰে ।

নতুন বছৰত সুখ আৰু উৎসাহ কিবা বেলেগ । এই দিনটোত ইজনে সিজনক নৱবৰ্ষৰ শুভেচ্ছা জনোৱা হয় । সকলোৱে নতুন বছৰ ২০২২ (New Year 2022) ক স্বাগতম জনাবলৈ সাজু । কৃষি জাগৰণ পৰিয়ালবৰ্গৰ তৰফৰ পৰা আমি আপোনালোকক জনাইছো নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা -

প্ৰাৰ্থনা কৰিছো এই নৱবৰ্ষৰ প্ৰতিতো ৰাতিপুৱাই আপোনালৈ আশা কঢিয়াই লৈ আহক

প্ৰতিটো আবেলি আশ্বাস দিয়ক

প্ৰতিটো সন্ধিয়াই কঢ়িয়াই আনক সুখ

আৰামেৰে পৰিপূৰ্ণ হওঁক প্ৰতিটো নিশা

শুভ নৱবৰ্ষ

Happy New Year 2022

চকুত সজ্জিত হৈ থকা সপোনবোৰ

হৃদয়ত লুকাই থক আপোনাৰ আকাংশাবোৰ

এই নৱবৰ্ষই সচাঁ কৰক সকলোবোৰ

এইয়া আমাৰ কামনা

শুভ নৱবৰ্ষ

Happy New Year 2022

সূৰ্যৰ দৰে জিলিকি থাকক আপোনাৰ জীৱন

তৰাৰ দৰে জিলিকি থাকক আপোনাৰ চোতাল

এই প্ৰাৰ্থনাবোৰৰ সৈতে আপোনাক

শুভ নৱবৰ্ষ

Happy New Year 2022

উদয় হওঁক আপোনাৰ ভাগ্য

নেদেখাজন দয়ালু হওঁক আপোনাৰ ওপৰত

সেয়াই প্ৰিয়জনৰ প্ৰতি আমাৰ প্ৰাৰ্থনা

শুভ নৱবৰ্ষ

Happy New Year 2022

লগতে পঢ়কঃ কিশোৰসকলৰ (Adolescents) বাবে ১ জানুৱাৰীৰ পৰা ক’ভিডৰ টিকাকৰণ

English Summary: happy new year 2022

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.