1. অন্যান্য

কৃষি সম্বন্ধীয় তথ্য আৰু কৃষি আঁচনিসমূহৰ বাবে এই নাম্বৰাত ফোন কৰিব!

PANKAJ KHANIKAR
PANKAJ KHANIKAR
কিষাণ কল চেন্টাৰ নাম্বাৰ- 1800 180 1551
কিষাণ কল চেন্টাৰ নাম্বাৰ- 1800 180 1551

খেতি কৰিবলৈ লৈ বিভিন্ন সময়ত কৃষকসকল সমস্যাত পৰে। আৰু এই সমস্যাসমূহৰ সথিক উত্তৰৰ অভাৱত বহু কৃষকে লোকচানৰ সন্মুখী হয়। কেৱল খেতি বুলিয়েই নহয় কৃষকৰ বাবে গ্ৰহণ কৰা আঁচনিসমূহৰ বিষয়ে প্ৰকৃত কৃষকৰ অজ্ঞাতেই ৰৈ যায়। ই কেৱল কৃষকজনকেই নহয়, ই দেশৰ কৃষিখণ্ডকো লোকচানৰ সন্মুখীন কৰায়।

এই দিশটোৰ প্ৰতি লক্ষ্য ৰাখি ২০০৪ চনতে কৃষি মন্ত্ৰালয়ৰ কৃষি আৰু সহযোগিতা বিভাগে কৃষিৰ এই সমস্যাসমূহৰ পৰা কৃষকসকলক সকাহ দিয়াৰ বাবে দেশৰ সকলো ৰাজ্যতে কিষাণ কল চেণ্টাৰ স্থাপন কৰাৰ সিদ্ধান্ত লৈছিল । এই সিদ্ধান্ত মৰ্মেই অসমতো স্থাপন কৃষক কল চেণ্টাৰ।

লগতে পঢ়ক- 

বিদ্যালয়-মহাবিদ্যালয়ত কৃষি শিক্ষাৰ গুৰুত্ব আৰু প্ৰাসংগিকতা

কিন্তু বহু কৃষকে বৰ্তমানেও নাজানে কিষাণ কল চেন্টাৰৰ কথা। এই কল চেণ্টাৰৰ সহায়ত কৃষকসকলে দূৰসংযোগ, কম্পিউটাৰ আৰু অন্যান্য আধুনিক সুবিধাৰে সজ্জিত যিকোনো সমস্যা/ পৰামৰ্শ/ তথ্য ৰাজ্য বা কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা কৃষিৰ প্ৰচাৰ কৰা বিভিন্ন আঁচনি আদিৰ তথ্য লাভ কৰিব পাৰিব ।

অসমৰ কৃষকসকলে 1800 180 1551 এই নাম্বাৰটোত ফোন কৰি কৃষি সম্বন্ধীয় সকলো তথ্য জানিব পাৰিব।

লগতে পঢ়ক- 

কম খৰচত ৰে’লেৰে কৃষক উৎপাদিত সামগ্ৰীসমূহ বহি:ৰাজ্যলৈ কিদৰে নিব কৃষকে !

English Summary: Call this number for agricultural information and agricultural schemes!

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.