1. অন্যান্য

ডায়বেটিচ ৰোগী সকলে এই 5 বিধ খাদ্য বর্তমান সময়ত খাওক

KJ Staff
KJ Staff
Best foods for sugar patients
Best foods for sugar patients

ডায়বেটিচ থকা লোকৰ ৰক্ত শৰ্কৰাৰ পৰিমাণ অতি গুৰুত্বপূৰ্ণ। এই ৰোগীসকলে শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ কৰিবলৈ পৰ্যাপ্ত ইনচুলিন গ্ৰহণ কৰিব নোৱাৰে। যদিও ৰোগীয়ে ঔষধৰ সৈতে অতিৰিক্ত ইনচুলিন ব্যৱহাৰ কৰিব পাৰে, কিন্তু সঠিক আহাৰ আৰু জীৱন শৈলীৰ সৈতে, তেওঁলোকৰ শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্রণত ৰাখিব পাৰে ।

ৰক্ত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰা পাঁচটা খাদ্য হৈছে

কেৱল ডায়বেটিক ৰোগীৰ বাবে নহয়, সম্ভাৱ্য ৰোগৰ বিপদ শংকা হ্ৰাস কৰিবলৈ সকলোৰে বাবে এক সন্তুলিত আহাৰ গুৰুত্বপূৰ্ণ, বিশেষকৈ এই মহামাৰী পৰিস্থিতিত।

1. Oats : Glycemic Index (Gl) এক নিৰ্দিষ্ট খাদ্যৰ দ্বাৰা ৰক্ত শৰ্কৰাৰ পৰিমাণ কেনেদৰে প্ৰভাৱিত হয়, পৰীক্ষা কৰে। নিম্ন GI, যুক্ত আহাৰ ডায়বেটিচৰ বাবে ভাল। কাৰ্যকৰীভাৱে Oats ৰ 55 বা তাৰ তলৰ GI থাকে, যি তেওঁলোকক ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ কৰাৰ বাবে এক সহয়ক ভূমিকা গ্রহণ কৰে ।

2.নহৰু: পশ্চিমীয়া ঔষধৰ দৰে বহুতো ভাৰতীয় চিকিৎসাই নহৰুক ডায়বেটিচৰ বাবে এক ভাল প্ৰতিকাৰ হিচাপে গ্রহণ কৰে ৷ ইয়াক কেঁচাই খাব পাৰো বা বিভিন্ন ব্যঞ্জনৰ লগত আৰু চালাডৰ সৈতে খাব পাৰো ৷

3.আলু: ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণৰ ওপৰত ভাল প্ৰভাৱ দেখা গৈছে আলুৰ পৰা । আলুত ভিটামিন, আঁহ আৰু ভাল চৰ্বি থাকে যি তেজত শৰ্কৰা সঠিকভাৱে শোষণ আৰু এৰি দিব পাৰে। আলু এক স্বাস্থ্যকৰ খাদ্য ৷

4.বন্ধাকবি: সেউজীয়া শাক-পাচলি সমূহে ডায় বেটিছ হোৱাত বাধা দিয়ে ৷ বিশেষকৈ বন্ধাকবি আৰু বিনে দেহত শৰ্কৰাৰ পৰিমান নিয়ন্ত্রণত যথেষ্ট সহায় কৰে ৷ বর্তমান সময়ত বজাৰত এইসমূহ উভৈনদী ৷ আপোনাৰ যদি ভায়বেটিছ ৰোগ আছে তেনেহলে আজিয়ে আনক ৷

5.ব্ৰোকলি:  এই সমূহৰ উপৰিও ব্রকলি ডায়বেটিচ ৰোগী সকলে খাব লাগে বুলি ডাক্তৰে পৰামৰ্শ দিয়ে ৷ সেয়েহে যিহেতু বর্তমান সময়ত বজাৰত উপলব্ধ , আপুনি খাব পাৰে আৰু এই শীত কালত নিজকে স্বাস্থ্যৱান কৰি ৰাখিব পাৰ ৷

এইবোৰ হৈছে মূল কেইবিধ মান খাদ্য সামগ্ৰী যি ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণত ৰখাত সহায় কৰিব। কিন্তু ইয়াৰ উপৰিও বহতো খাদ্য আছে যি সমূহ ডায়বেটিক ব্যক্তি এজনৰ জীৱনৰ বিপদ শংকাৰ কাৰকবোৰ হ্ৰাস কৰিব পাৰে ৷

English Summary: Best top 5 vegetables foods for sugar patients in winter assamese

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.