Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 21 November, 2022 5:30 PM IST
আজি বিশ্ব মীন দিৱস। সমগ্ৰ বিশ্বজুৰি পালন কৰা হৈছে মীন দিৱস।
এইবাৰৰ মীন দিৱস সুস্থ সাগৰীয় পৰিৱেশ তন্ত্ৰৰ জটিলতাৰ ওপৰত আলোকপাত কৰাৰ লগতে বিশ্বত মীনপালনৰ বহনক্ষম মজুত নিশ্চিত কৰাৰ বাবে গুৰুত্ব আৰোপ কৰিছে।
ৰাজ্যৰ ভিন্নপ্ৰান্তৰ লগতে আজি শিৱসাগৰৰ যুৱ দলতো পালন কৰা হয় বিশ্ব মীন দিৱস।
শিৱসাগৰত বিশ্ব মীন দিৱস অনুষ্ঠানৰ লগত সংগতি ৰাখি PMSSY আচঁনিৰ দুজন হিতাধীকাৰীক তিনি চকীয়া বাহনৰ প্ৰদান কৰাৰ লগতে মীন পালনৰে স্বাৱলম্বী হোৱা উজনি অসমৰ বহুকেইজন শ্ৰেষ্ঠ মীন পালকক সম্বৰ্ধনা জনোৱা হয়।
মীন দিৱসৰ এই অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে শিৱসাগৰ জিলাৰ উপায়ুক্ত আদিত্য বিক্ৰম যাদৱ উপস্থিত থাকে।

লগতে পঢ়ক- 

১০ বছৰৰ ওপৰৰ শিশুৰ বাবে প্ৰতিমাহে ১১০০ টকা! ডাকঘৰলৈ গৈ আজিয়েই খোলক এই একাউন্ট!

English Summary: World Fisheries Day
Published on: 21 November 2022, 05:30 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now