Prawn Farming : ব্যৱসায়িক ভিত্তিত মিছামাছ পালন আৰু ইয়াৰ লাভালাভ বহনক্ষম কৃষি পদ্ধতি! ই কেনেকৈ আমাৰ পৰৱৰ্তী প্ৰজন্মক সুৰক্ষিত কৰিব! Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 21 November, 2022 5:30 PM IST
আজি বিশ্ব মীন দিৱস। সমগ্ৰ বিশ্বজুৰি পালন কৰা হৈছে মীন দিৱস।
এইবাৰৰ মীন দিৱস সুস্থ সাগৰীয় পৰিৱেশ তন্ত্ৰৰ জটিলতাৰ ওপৰত আলোকপাত কৰাৰ লগতে বিশ্বত মীনপালনৰ বহনক্ষম মজুত নিশ্চিত কৰাৰ বাবে গুৰুত্ব আৰোপ কৰিছে।
ৰাজ্যৰ ভিন্নপ্ৰান্তৰ লগতে আজি শিৱসাগৰৰ যুৱ দলতো পালন কৰা হয় বিশ্ব মীন দিৱস।
শিৱসাগৰত বিশ্ব মীন দিৱস অনুষ্ঠানৰ লগত সংগতি ৰাখি PMSSY আচঁনিৰ দুজন হিতাধীকাৰীক তিনি চকীয়া বাহনৰ প্ৰদান কৰাৰ লগতে মীন পালনৰে স্বাৱলম্বী হোৱা উজনি অসমৰ বহুকেইজন শ্ৰেষ্ঠ মীন পালকক সম্বৰ্ধনা জনোৱা হয়।
মীন দিৱসৰ এই অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে শিৱসাগৰ জিলাৰ উপায়ুক্ত আদিত্য বিক্ৰম যাদৱ উপস্থিত থাকে।

লগতে পঢ়ক- 

১০ বছৰৰ ওপৰৰ শিশুৰ বাবে প্ৰতিমাহে ১১০০ টকা! ডাকঘৰলৈ গৈ আজিয়েই খোলক এই একাউন্ট!

English Summary: World Fisheries Day
Published on: 21 November 2022, 05:30 IST