Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 18 September, 2022 4:21 PM IST

শেহতীয়াকৈ ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰাই জনাই যে ৰাজ্যত খৰাং পৰিস্থিতিৰ বাবে ৫ জিলাৰ ১২৩৬ খন গাঁৱৰ কৃষক বিপদৰ সন্মুখীন হৈছে ৷ ইয়াৰে ভিতৰত আছে ৫৯,৩৬০ টা কৃষক পৰিয়াল ৷ যাৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে ৷

এতিয়া বিচাৰ্যৰ বিষয়টো হ’ল, কি কৰিব, ক’লৈ যাব ভুক্তভোগী চহা কৃষক ৷ পাবনে উচিত ক্ষতিপূৰণ ! কিন্তু দেশত শস্য বীমা নামৰ এখন আঁচনি আছে। যদি কৃষকসকলকৰ শস্য খৰাং,  শুকান বতৰ, বানপানী, জলপ্লাৱণ, কীট আৰু ৰোগ, ভূমিস্খলন, প্ৰাকৃতিকভাৱে জ্বলা জুই আৰু বজ্ৰপাত, ধুমুহা, শিলাবৃষ্টি, ঘূৰ্ণীবতাহ, ধুমুহা বতাহ আদিত শস্য নষ্ট হয় তেতিয়া কৃষকসকলে ২৫ শতাংশ পৰ্যন্ট ক্ষতিপুৰণ লাভ কৰিব প্ৰধানমন্ত্ৰী শস্য বীমা আঁচনিৰ অধীনত।

কিন্তু শেহতীয়াকৈ কৃষি মন্ত্ৰীগৰাকীয়ে জনাইছে যে  কৃষিক্ষেত্ৰত উদপাদনৰ মাত্ৰা ৫০ শতাংশ কমে আৰু যদিহে লোকচানৰ সন্মুখীন হোৱা কৃষকগৰাকীয়ে পূৰ্বতেই নষ্ট হোৱা শস্যৰ শস্য বীমা কৰাই থয় তেতিয়াহে তেনে কৃষকে বিভাগৰ তৰফৰ পৰা লাভ কৰিব উচিত ক্ষতিপূৰণ ৷

কৃষিমন্ত্ৰীগৰাকীৰ এই কথাৰ পৰা এটা কথা স্পষ্ট হৈছে যে শস্য বীমা যিসকল কৃষকে কৰিছে সেইসকল কৃষকেহে লাভ কৰিব প্ৰধানমন্ত্ৰী ফচল বীমা আঁচনিৰ ধন। ইনেই আপোনাৰ ধান বা যিকোনো খেতি নষ্ট হ’লে উপাদান কমিলেও লাভ নকৰিব ধন। কিন্তু কৃষিমন্ত্ৰীগৰাকীৰ এই কথাটো কিমান গ্ৰহণযোগ্য। অসমৰ অধিকাংশ কৃষকে আজি পৰ্যন্ত শুনা নাই প্ৰধানমন্ত্ৰী ফচল বীমা আঁচনিৰ নাম। আৰু নৈপৰীয়া নিৰক্ষৰ এই খেতিয়কসকলৰ বান, খৰাং বা পোক পৰুৱাৰ আক্ৰমণত নষ্ট হৈছে বেছি ধন। কিন্তু এইসকলেই কৃষকে এতিয়া নাপাব চৰকাৰী আঁচনিৰ ধন।

লগতে পঢ়ক- ৰাজ্যৰ ৫ জিলাৰ ১২,৩৬ খন গাঁৱৰ ৫৯,৩৬০ টা কৃষক পৰিয়াল খৰাঙৰ কৱলত

English Summary: Will you get compensation under the Prime Minister's Crop Insurance Scheme?
Published on: 18 September 2022, 01:59 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now