1. News

বিদেশৰ জৈৱিক কৃষি পথাৰত শাক-পাচলিৰ মাজে নাৰ্জীফুল কিয় ৰুৱে!

KJ Staff
KJ Staff
বিদেশৰ শাক-পাচলি বাৰী
বিদেশৰ শাক-পাচলি বাৰী

বিদেশত গৃহস্থৰ ঘৰুৱা-শাক-পাচলি বাৰীবোৰ বোৰ বহুতে দেখা নাই। আমাৰ ঘৰুৱা শাকনি বাৰীৰ দৰেই বহু উন্নত দেশৰ লোকসকলৰ এখন বাৰী থাকে। যত তেওঁলোকে ঋতুকালীন শস্যসমূহৰ খেতি কৰে ঘৰতে খাব পৰাকৈ। তলৰ ফটোবোৰত দিয়াৰ দৰেই বিদেশৰ শাক-পাচলি বাৰীবোৰ।

শাক-পাচলিৰ মাজে মাজে ৰুইছে নাৰ্জী ফুলৰ খেতি
শাক-পাচলিৰ মাজে মাজে ৰুইছে নাৰ্জী ফুলৰ খেতি
শাক-পাচলিৰ মাজে মাজে ৰুইছে নাৰ্জী ফুলৰ খেতি
শাক-পাচলিৰ মাজে মাজে ৰুইছে নাৰ্জী ফুলৰ খেতি

পাঠকসকলে মন কৰিব! শাক-পাচলিৰ মাজে মাজে কৃষকসকলে কৰিছে নাৰ্জী ফুলৰ খেতি। ঘৰতে খাবৰ বাবে জৈৱিকভাৱে কৰা খেতিসমূহত প্ৰায় সকলোৱে শাক-পাচলিৰ মাজে মাজে ৰোপন কৰে নাৰ্জী ফুলৰ পুলি। শাক-পাচলিৰ বীজ ৰোপন কৰাৰ লগতে খেতিয়কসকলে ৰোপন শাকনীবাৰীখনত ৰোপন কৰে নাৰ্জী ফুলৰ পুলি। কিন্তু কিয় আপুনি হয়তো নিশ্চয় অনুমান কৰিব পাৰিছে।

শাক-পাচলিৰ মাজে মাজে ৰুইছে নাৰ্জী ফুলৰ খেতি
শাক-পাচলিৰ মাজে মাজে ৰুইছে নাৰ্জী ফুলৰ খেতি

কিয় জানেনে বাৰু ? আপোনালোকে সম্পূৰ্ণ জৈৱিক পদ্ধতি খেতি কৰিবলৈ হ’লে নাৰ্জী ফুলৰ খেতিৰ মাজত দিয়াটো  অতি দৰকাৰী কিয়নো। , এনেদৰে শাক-পাচলিৰ মাজে মাজে নাৰ্জীফুলৰ খেতি কৰিলে  কোনোধৰণৰ ৰাসায়নিক শাক-পাচলিত কীটনাশক দিয়াৰ প্ৰয়োজন নাথাকে ৷ কাৰণ নাৰ্জী ফুলৰ কাষলৈ কোনোধৰণৰ অপকাৰী পোক পতংগ আহিব নোৱাৰে ৷ তদুপৰি নাৰ্জী ফুললৈ প্ৰচুৰ পৰিমাণে মৌৰ আগমন ঘটে ফলত শস্য উৎপাদনো দুগুণ হয় ৷

গতিকে এনে কথাবোৰলৈ মন কৰিব পাৰে অসমৰ খেতিয়কসকলে ৷ লগতে বৰ্তমান সময়ত নাৰ্জী ফুলৰ চাহিদা বজাৰত যথেষ্ট বেছি হয় ৷

লগতে পঢ়ক- 'পুৱাৰ জলপান খোৱাৰ আগত এটা বা দুটা সৰু তিতাকেৰেলা খাওঁ'- ৰঞ্জিত দাস

English Summary: Why do plant Marigolds among vegetables in organic farms?

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.