Prawn Farming : ব্যৱসায়িক ভিত্তিত মিছামাছ পালন আৰু ইয়াৰ লাভালাভ বহনক্ষম কৃষি পদ্ধতি! ই কেনেকৈ আমাৰ পৰৱৰ্তী প্ৰজন্মক সুৰক্ষিত কৰিব! Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 20 November, 2022 5:32 PM IST
ধেমাজি জিলা কৃষি কাৰ্যালয়ৰ অন্তৰ্গত ধেমাজি কাৰ্য্যবাহী অভিযন্তা ( কৃষি ) কাৰ্যালয়ৰ চৌহদত লক্ষীমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা।
প্ৰদান বৰুৱাৰ উপস্থিতিত কৃষি যান্ত্ৰিকীকৰণ উপ-আঁচনি (SMAM)ৰ অধীনত গাওঁ পৰ্যায়ৰ কৃষি যন্ত্ৰপাতি বেংক (Village Level Farm Mechinery Bank) আৰু মুখ্যমন্ত্রী সমগ্র গ্রাম্য উন্নয়ন যোজনা আঁচনি (CMSGUY)ৰ অধীনত Mini Truck বিতৰণ কৰা হয়৷
লগতে এই অনুষ্ঠানত ৫টা আত্মসহায়ক গোটৰ হিতাধিকাৰীক ট্ৰেক্টৰ, Pulverizer , Rotavator ইত্যাদি কৃষি যন্ত্ৰপাতিও বিতৰণ কৰা হয় ৷ এই কাৰ্যসূচীত ধেমাজি জিলা কৃষি বিষয়া চিৰঞ্জিত শৰ্মা প্ৰমুখ্যে অন্যান্য বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে৷

লগতে পঢ়ক- 

পকাধানৰ মাজে মাজে অসম চৰকাৰৰ ধান কটা মেচিন

English Summary: Village Level Farm Mechinery Bank Installation in Dhemaji by Pradan Boruah
Published on: 20 November 2022, 05:30 IST